• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক…, মোৰ লগতো…

পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক…, মোৰ লগতো…

2 years ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

8 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

8 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

9 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

10 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

11 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

11 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

12 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

13 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

14 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

15 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক…, মোৰ লগতো…

editor by editor
May 13, 2024
in ভাৰত, ৰাজনীতি
0
পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক…, মোৰ লগতো…
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক ধৰ্ষ*, মোৰ লগতো…

কৰ্নাটকৰ বহু চৰ্চিত ৩০০০ ভিডিঅ’ৰে দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা প্ৰজ্বল ৰেভান্নাৰ কাণ্ডৰ পুনৰ আন এক অধ্যায়। এইবাৰ এগৰাকী পীড়িতাই নিজে সমুখলৈ আহি উত্থাপিত কৰে চাঞ্চল্যকৰ অভিযোগ। মাতৃক ধৰ্ষণ কৰিছিল প্ৰজ্বল ৰেভান্নাই, পীড়িতাৰো কাপোৰ খুলি কৰিছিল নিৰ্যাতন।

নিলম্বিত জেডি (এছ) নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই ৷ পৰিচয় ৰাজহুৱা নকৰা মহিলাগৰাকীয়ে অভিযোগ কৰে যে প্ৰজ্বল ৰেভান্নাই চাৰি-পাঁচ বছৰ পূৰ্বে নিজৰ বেংগালুৰুৰ বাসগৃহত মাতৃক ধৰ্ষণ কৰিছিল।

পীড়িতাই লগতে অভিযোগ কৰে যে ২০২০ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰজ্বল ৰেৱন্নাই ভিডিঅ’ কলৰ উত্তৰ দিবলৈ জোৰ কৰিছিল, লগতে মাতৃৰ প্ৰাণৰ ভয় ভাবুকি দি ভিডিঅ’ কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল যুৱতীক।

যুতীয়ে দিয়া ভাষ্য অনুসৰি, “প্ৰজ্বলে মোক ভিডিঅ ফোন কৰি কাপোৰ খুলিবলৈ কৈছিল। মাৰ মোবাইলত ফোন কৰি ভিডিঅ’ কল ৰিচিভ কৰিবলৈ বাধ্য কৰাইছিল। মই নাকচ কৰাৰ সময়ত তেওঁ মোক আৰু মাৰ ক্ষতি কৰাৰ ভাবুকি দিছিল। ”

মহিলাগৰাকীয়ে অভিযোগ কৰে যে, “মোৰ মাক প্ৰজ্বল ৰেভান্নাই ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাইছিল। এইচ ডি ৰেভান্নাইয়ো যৌন নিৰ্যাতন চলাইছিল।”

“প্ৰজ্বলে মোৰ মাক ভাবুকি দিছিল যে যদিহে তেওঁ সহযোগ নকৰে তেন্তে স্বামীৰ চাকৰি কাঢ়ি নিব, তেওঁক নিবনুৱা কৰি তুলিব, আনকি তেওঁৰ ছোৱালীকো ধৰ্ষণ কৰিব।” ভয় ভাবুকিৰে মাকৰ সৈতে ধৰ্ষণ কৰাৰ সময়ত ভিডিঅ কৰি ৰাখিছিল প্ৰজ্বলে। পাছত আৰক্ষীৰৰ হাতত লগা ৩০০০ অশ্লীল ভিডিঅৰ ভিতৰত এটা মাকৰ।

৩৩ বছৰীয়া জেডি(এছ) সাংসদ আৰু পিতৃৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগৰ এই কেলেংকাৰীয়ে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে কৰ্নাটকৰ শাসকীয় দল কংগ্ৰেছ আৰু বিজেপি-জেডি(এছ)ৰ মাজত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiakarnatakaPrajwal RevannaPrajwal Revanna scandal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
বিদায় বীৰুৱালা…পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

বিদায় বীৰুৱালা...পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.