এদেও-দুদেও লোটা নিয়াৰ চেওঁ। শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে নেকি চৰকাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক লৈ সৃষ্টি হোৱা বেমেজালিয়ে তেনে ইংগিত বহন কৰিছে নেকি? বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সন্দর্ভত সৰৱ হ’ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ