• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাত্ৰীক শয্যাসংগী! পেন ড্ৰাইভ ভৰি আছে ৫৯টা গোপন ভিডিঅ’ৰে, অধ্যাপকৰ কুকীৰ্তিৰ লিষ্ট লৈ আৰক্ষীৰ ওচৰত ভুক্তভোগী, তাৰপিছত

1 year ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

7 seconds ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

1 hour ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

2 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

7 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছাত্ৰীক শয্যাসংগী! পেন ড্ৰাইভ ভৰি আছে ৫৯টা গোপন ভিডিঅ’ৰে, অধ্যাপকৰ কুকীৰ্তিৰ লিষ্ট লৈ আৰক্ষীৰ ওচৰত ভুক্তভোগী, তাৰপিছত

ছাত্ৰীক শয্যাসংগী! পেন ড্ৰাইভ ভৰি আছে ৫৯টা গোপন ভিডিঅ’ৰে, অধ্যাপকৰ কুকীৰ্তিৰ লিষ্ট লৈ আৰক্ষীৰ ওচৰত ভুক্তভোগী, তাৰপিছত

editor by editor
March 18, 2025
in জীৱনশৈলী
0
ছাত্ৰীক শয্যাসংগী! পেন ড্ৰাইভ ভৰি আছে ৫৯টা গোপন ভিডিঅ’ৰে, অধ্যাপকৰ কুকীৰ্তিৰ লিষ্ট লৈ আৰক্ষীৰ ওচৰত ভুক্তভোগী, তাৰপিছত
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পেছাত তেওঁ এজন অধ্যাপক৷ কিন্তু দিনৰ পাছত দিন ছাত্ৰীসকলক পৰীক্ষাত পাছ কৰাই দিয়া আৰু শিক্ষকতাৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি যৌন উৎপীড়ন চলাই আহিছে৷ এনেকৈয়ে দিনৰ পাছত দিন ধৰ্ষণ চলাই গৈছে উত্তৰপ্ৰদেশত হাথৰচৰ এগৰাকী কলেজ অধ্যাপকে৷ ধৃত অধ্যাপকৰ নাম ৰজনীশ কুমাৰ বুলি জনাইছে আৰক্ষী সূত্ৰই৷
আৰক্ষীক ছাত্ৰীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ফাঁচ কৰিছে অধ্যাপকৰ কুকীৰ্তি৷ ইয়াৰপাছতেই আৰক্ষীয়ে লাভ কৰিছে নিৰ্যাতিতাসকলক ব্ৰেকমেইল কৰাৰ ভিডিঅ’৷ অধ্যাপকৰ হাতত ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ ৫০তকৈ বেছি ক্লিপ আছে বুলি জনাইছে আৰক্ষীয়ে৷ এন ডি টিভিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি হাথৰচৰ ফুলচান্দ বাগলা পিজি কলেজৰ অধ্যাপক আছিল ৰজনীশ কুমাৰ৷ এই চাঞ্চল্যকৰ অভিযোগ সন্মুখলৈ অহাৰ পাছতেই বৰ্খাস্ত কৰিছে কলেজ অধ্যাপকক৷  সেই অধ্যাপকৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ তথ্যত আছে পেন ড্ৰাইভত ৫৯ টা ভিডিঅ ক্লিপ৷ প্ৰতিটো ক্লিপতেই দেখা গৈছে বেলেগ বেলেগ ছাত্ৰীৰ সৈতে ঘনিষ্ঠতা৷  প্ৰত্যেক ছাত্ৰীৰ মুখতেই ভিডিঅ’ত ব্লাৰ কৰা হৈছে৷ তেওঁলোকৰ পৰিচয় যাতে সহজে কোনোৱে ধৰিব নোৱাৰে৷ অভিযোগকাৰিনীৰ দাবী যে সেই অধ্যাপকে গোপন কেমেৰাৰে এইসমূহ ৰেকৰ্ড কৰিছে৷ তাৰপিছতেই সেই ভিডিঅ’ দেখুৱাই দ্বিতীয়বাৰ শয্যাসংগী হবলৈ ব্লেকমেইল কৰি আহিছে৷ এনেকৈয়ে অসংখ্য মহিলা এই অধ্যাপকৰ লালসাৰ চিকাৰ হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
Next Post
মুছলমান ধৰ্ম লোৱা হেমাই নিয়মবহিৰ্ভূতভাৱে কিয় প্ৰৱেশ কৰিলে জগন্নাথ মন্দিৰৰ ভিতৰত? বিজেপি সাংসদ হেমামালিনীৰ বিৰুদ্ধে ৰুজু গোচৰ

১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন