• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান ধৰ্ম লোৱা হেমাই নিয়মবহিৰ্ভূতভাৱে কিয় প্ৰৱেশ কৰিলে জগন্নাথ মন্দিৰৰ ভিতৰত? বিজেপি সাংসদ হেমামালিনীৰ বিৰুদ্ধে ৰুজু গোচৰ

মুছলমান ধৰ্ম লোৱা হেমাই নিয়মবহিৰ্ভূতভাৱে কিয় প্ৰৱেশ কৰিলে জগন্নাথ মন্দিৰৰ ভিতৰত? বিজেপি সাংসদ হেমামালিনীৰ বিৰুদ্ধে ৰুজু গোচৰ

2 years ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

3 minutes ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

16 minutes ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

36 minutes ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

1 hour ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

2 hours ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

4 hours ago
কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

5 hours ago
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

কোন ৰাশিৰ দিনটো হ’ব শুভ? জানক আপোনাৰ আজিৰ ভাগ্য

6 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

24 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

24 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুছলমান ধৰ্ম লোৱা হেমাই নিয়মবহিৰ্ভূতভাৱে কিয় প্ৰৱেশ কৰিলে জগন্নাথ মন্দিৰৰ ভিতৰত? বিজেপি সাংসদ হেমামালিনীৰ বিৰুদ্ধে ৰুজু গোচৰ

মুছলমান ধৰ্ম লোৱা হেমাই কিয় নিয়মবহিৰ্ভূতভাৱে প্ৰৱেশ কৰিলে জগন্নাথ মন্দিৰৰ ভিতৰত? বিজেপি সাংসদ হেমামালিনীৰ বিৰুদ্ধে ৰুজু গোচৰ

editor by editor
March 18, 2025
in জীৱনশৈলী
0
মুছলমান ধৰ্ম লোৱা হেমাই নিয়মবহিৰ্ভূতভাৱে কিয় প্ৰৱেশ কৰিলে জগন্নাথ মন্দিৰৰ ভিতৰত? বিজেপি সাংসদ হেমামালিনীৰ বিৰুদ্ধে ৰুজু গোচৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি পুৰী জগন্নাথ মন্দিৰলৈ পূজা কৰিবলৈ গৈছিল বিজেপি সাংসদ আৰু অভিনেত্ৰী হেমা মালিনী৷ কিন্তু মন্দিৰত হেমাৰ প্ৰৱেশ নিয়ম বহিৰ্ভূত৷ তেওঁ জগন্নাথ মন্দিৰত পূজা কৰিবলৈ যোৱাটো ধৰ্মীয় ভাৱাবেগত আঘাত হোৱা৷ সেয়ে অভিনেত্ৰীৰ বিৰুদ্ধে সিংহদ্বাৰ থানাত অভিযোগ দাখিল কৰিলে জগন্নাথ সেনা দল নামৰ ধৰ্মীয় সংগঠনটোৱে৷

পুৰী জগন্নাথ সেনা দল সংগঠনৰ দাবী, নিয়ম ভাঙিছে অভিনেত্ৰীয়ে৷ এজন মুছলমান অভিনেতাক বিয়া কৰাই ধৰ্মান্তৰিত হৈছে তেওঁ৷ সংগঠনৰ দাবী অভিনেত্ৰীৰ উপস্থিতিত সনাতম ধৰ্মীয় সম্প্ৰদায়ৰ ধৰ্মীয় ভাৱাবেগত আঘাত লাগিছে৷ হেমাৰ বিৰুদ্ধে যি অভিযোগ দাখিল কৰা হৈছে তাত উল্লেখ কৰা হৈছে যে ১৯৭৯ চনৰ ২১ আগষ্টত মুম্বাইত ফয়জাবাদৰ এক মছজিদত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ কাৰণ সেই সময়ত ধৰ্মেন্দ্ৰ বিবাহিত আছিল৷

প্ৰথম স্ত্ৰীৰ নাম প্ৰকাশ কৌৰ৷ আইনী বিচ্ছেদ নকৰাকৈয়ে হেমাক বিয়া কৰাই ধৰ্মেন্দ্ৰই৷ হিন্দু বিবাহ আইন অনুসৰি কোনোধৰণেই দ্বিতীয় বিবাহ কৰোৱা সম্ভৱ নাছিল অভিনেতাৰ পক্ষে৷ সেয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ খবৰ অনুসৰি তেতিয়াই ধৰ্মান্তৰিত হবলগীয়া হৈছিল হেমাইয়ো৷ সেই হেমাই নিয়ম নামানি জগন্নাথ মন্দিৰত প্ৰৱেশ কৰাৰ পাছতেই জগন্নাথ সেনা দৰে অভিযোগ দাখিল কৰিছে হেমাৰ বিৰুদ্ধে৷ ঘটনাক লৈ এতিয়া পৰ্যন্ত অৱশ্যে মথুৰাৰ বিজেপি সাংসদ হেমাই কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!
জীৱনশৈলী

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

October 1, 2026
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!
জীৱনশৈলী

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

October 1, 2026
Next Post
১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ

কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক'ত কিদৰে চাব পাৰিব লাইভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.