• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

editor by editor
July 6, 2022
in জীৱনশৈলী, ভাৰত
0
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে৷ চণ্ডীগড়ত ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব মুখ্যমন্ত্ৰী মান। তেওঁৰ বাসভৱনত অনুষ্ঠিত হ’বলগীয়া বিবাহ অনুষ্ঠানত উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভগৱন্ত মানে ইন্দ্ৰপ্ৰীত কৌৰক বিয়া কৰাইছিল। দুটা সন্তানৰ সৈতে ইন্দ্ৰপীত কৌৰ বৰ্তমান আমেৰিকাত থাকে।

স্মৰ্তব্য যে শ্বহীদ ভগত সিং গাঁৱৰ খাটকাৰকালনত ভগৱন্ত মানে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা দুগৰাকী লোক বিশেষভাৱে যথেষ্ট চৰ্চালৈ আহিছিল। তেওঁলোক আছিল মুখ্যমন্ত্ৰী ভগৱত মানৰ পুত্ৰ-কন্যা। তেওঁলোক দুয়োজনেই আমেৰিকাৰ পৰা শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আহিছিল। পিতৃ ভগৱন্ত মানৰ সৈতে সাত বছৰৰ পাছত দুই পুত্ৰ-কনাৰ সাক্ষাৎ ঘটিছিল।

লগতে পঢ়ক দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

বৰ্তমান ভগৱন্ত মনৰ পুত্ৰ দিলচন মান ১৭ বছৰ আৰু কন্যা সীৰত কৌৰ মান ২১ বছৰ। দুয়ো মাতৃ ইন্দৰপ্ৰীত কৌৰৰ সৈতে আমেৰিকাত থাকে। ২০১৫ চনত ভাগৱত মান আৰু ইন্দ্ৰপ্ৰীত কৌৰৰ বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াৰ পৰাই ইন্দৰপ্ৰীত কৌৰে দুই সন্তানৰ সৈতে আমেৰিকাত থাকে। ইয়াৰ পূৰ্বে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ টিকটত ভগৱত মানে সংগ্ৰুৰৰ পৰা জয়লাভ কৰিছিল।

যেতিয়া ভগৱন্ত মানে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া তেওঁৰ প্ৰথম পত্নীয়েও তেওঁক সমৰ্থন কৰিছিল। মানে প্ৰতিদ্বন্দ্বিতা কৰা লোকসভা সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাতো ইন্দপ্ৰীত কৌৰে অংশগ্ৰহণ কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইন্দ্ৰপ্ৰীতৰ আকৰ্ষণীয় ভাষণৰ বিষয়ে বহু চৰ্চা হৈছিল। সেই সময়ত আনকি কোৱা হৈছিল যে যদি আপে ইন্দ্ৰপ্ৰীতক বিধানসভা নিৰ্বাচনত টিকট দিয়ে, তেতিয়া তেওঁ সহজেই নিৰ্বাচনত জয়ী হ’ব পাৰে।

কিন্তু, নিৰ্বাচনত জয়ী হোৱাৰ এবছৰ পিছতে ২০১৫ চনৰ ২০ মাৰ্চত ভগৱত মান আৰু ইন্দ্ৰপ্ৰীত কৌৰে আদালতত পাৰস্পৰিক সন্মতি সাপেক্ষে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। এই আবেদনত মানৰ যুক্তি আছিল যে ৰাজনীতিৰ বাবে তেওঁ পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে।

লগতে পঢ়ক কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

খবৰ অনুসৰি আদালতত দিয়া আবেদনত ভগৱন্ত মানৰ পত্নীয়ে এটা চৰ্ত দিছিল যে যদি মান ভাৰত এৰি কেলিফৰ্ণিয়ালৈ স্থানান্তৰিত হয়, তেন্তে তেওঁ বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিব। আনহাতে মানে ৰাজনীতি ত্যাগ কৰি বিদেশলৈ যাব বিচৰা নাছিল। মানৰ যুক্তি আছিল যে তেওঁ ৰাইজৰ আস্থা ভংগ কৰিব নোৱাৰে। যদি তেওঁৰ পত্নীয়ে তেওঁৰ লগত ভাৰততে থাকিব ল’ব বিচাৰে তেন্তে তেৱোঁ বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিব।

ভগৱন্ত মানেও নিজৰ ফেচবুক পেজত বিবাহ বিচ্ছেদৰ কাৰণ শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল, ‘‘সময়ৰ পাখিত যিটো ওলমি আছিল, সেইটো সমাধান হৈছে, কালি আদালতে সিদ্ধান্ত দিছে, এফালে পাৰিয়াল, এফালে পঞ্জাৱ, মই পঞ্জাৱকে বাচনি কৰিলো।’’

ইয়াৰ পিছতে ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে লোকসভাৰ সাংসদ হৈছিল ভগৱন্ত মান। এতিয়া তেওঁ পঞ্জাৱৰ ২৫ সংখ্যক মুখ্যমন্ত্ৰী। ইয়াৰ পিছতো পৰিয়ালৰ বিচ্ছেদৰ বেদনা এতিয়াও তেওঁৰ হৃদয়ত আছে। এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ কৈছিল যে ৰাজনীতিৰ বাবেই মই মোৰ সন্তান আৰু পৰিয়াল হেৰুৱালোঁ। তেওঁলোক এতিয়া আমেৰিকাৰ নাগৰিক।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambhagwant mann
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.