• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

4 years ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

1 hour ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

2 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

17 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

17 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

18 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

18 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

19 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

19 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

20 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

editor by editor
July 6, 2022
in অপৰাধ, ভাৰত
0
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ
0
SHARES
35.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বামীৰ বিৰুদ্ধে এগৰাকী পত্নীৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ পত্নীগৰাকীয়ে অভিযোগ কৰি কয় যে স্বামীয়ে তেওঁক বলপূৰ্বকভাৱে পত্নী বিমিময় পাৰ্টিলৈ নি অন্য পুৰুষেৰে যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰাইছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ জুন মাহত মুজাফ্ফৰনগৰৰ মহিলাগৰাকীৰ গুৰগাঁৱৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ প্ৰকাশ পোৱা মতে লোকজন মহিলাগৰাকীৰ দ্বিতীয় স্বামী৷

বিবাহৰ পিছৰে পৰা স্বামীয়ে মহিলাগৰাকীক পত্নী বিনিময় পাৰ্টিলৈ নি অন্য পুৰুষৰ সৈতে যৌন সম্পৰ্কৰ কৰিবলৈ দাবী ধমকিৰে বাধ্য কৰাই আহিছে৷ আনকি স্বামীৰ ভাতৃৰ সৈতেও মহিলাগৰাকীক যৌন সম্পৰ্ক কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷

লগতে পঢ়ক ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ইতিমধ্যে ঘটনা সন্দৰ্ভত মুজাফ্ফৰনগৰৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ-প্ৰথম (এচিজেএম ১) আদালতত দাখিল কৰা এজাহাৰত তেওঁৰ স্বামী ব্যৱসায়ী তথা গুৰুগ্ৰামৰ বাসিন্দাই কেনেকৈ তেওঁক ভাবুকি দি বলপূৰ্বকভাৱে এনে কাম কৰিবলৈ বাধ্য কৰাই আহিছিল তাৰ বৰ্ণনা কৰিছে।

আদালতৰ নিৰ্দেশত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ স্বামী আৰু তেওঁৰ ভায়েকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

‘‘যদি মই পত্নী বিনিময় কৰা পাৰ্টিলৈ যাবলৈ অস্বীকাৰ কৰো তেন্তে মোৰ স্বামীয়ে মোক মাৰপিট কৰাৰ লগতে যৌন নিৰ্যাতন চলাইছিল। ২৪ এপ্ৰিলত মই গুৰুগ্ৰামৰ এখন থানাত অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু বাটত মোৰ স্বামীৰ গুণ্ডাবোৰে মোক বাধা দিছিল। আৰু কাৰোবাৰ আগত এই কথা প্ৰকাশ কৰিলে মোক হত্যা কৰাৰ ভাবুকি দিছিল।’’ ভুক্তভোগী মহিলাগৰাকীয়ে কয়।

ইফালে নিউ মাণ্ডী আৰক্ষী থানাই অভিযুক্ত স্বামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ধৰ্ষণ), ৩০৭ (হত্যাৰ চেষ্টা), ৩২৩ (স্বেচ্ছাই আঘাত কৰি শাস্তি দিয়া), ৫০৪ (শান্তি ভংগ কৰাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে অপমান কৰা) আৰু ৫০৬ (অপৰাধমূলক ভয় দেখুওৱাই অত্যাচাৰ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamSwapping Parties
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম
প্ৰযুক্তি

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

July 29, 2026
Next Post
৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

শ্ৰেণীত এগৰাকীও শিক্ষাৰ্থী নাই, ৩ বছৰৰ ২৪ লাখ দৰমহা ঘূৰাই দিলে অধ্যাপকে

শ্ৰেণীত এগৰাকীও শিক্ষাৰ্থী নাই, ৩ বছৰৰ ২৪ লাখ দৰমহা ঘূৰাই দিলে অধ্যাপকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.