• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

4 years ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

10 minutes ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

56 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

2 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

3 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

4 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

editor by editor
July 6, 2022
in চিনেমা, ভাৰত
0
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
0
SHARES
16.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ছিদ্দিকীৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। আলিয়াৰ প্ৰডাকচন ভেঞ্চাৰ ‘হলি কাউ’ৰ সৃষ্টিশীল তথা সহ-প্ৰযোজক মঞ্জু গড়ৱালে আলিয়াই ছবিখনত বিনিয়োগ কৰা ৩১ লাখ টকা দিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

আলিয়াই কয় যে কেইবাবাৰো ধন ঘূৰাই বিচৰাৰ পিছতে আলিয়াই তেওঁক ধন ঘূৰাই নিদিয়াত ২০ জুনত আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মঞ্জুৱে আলিয়াৰ বিৰুদ্ধে কেৱল ধনেই নহয় মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক বাৰ্তালাপত মঞ্জুৱে কয়, ‘‘আলিয়া আৰু মই ২০০৫ চনৰ পৰা বন্ধু আছিলো আৰু বিগত কেইবাবছৰ ধৰি তেওঁ এগৰাকী প্ৰযোজক হ’ব বিচাৰিছিল। অৱশেষত সকলোবোৰ ঠিক হোৱাৰ পিছত তেওঁ মোক সৃষ্টিশীল কামবোৰ চম্ভালিবলৈ ক’লে আৰু তাই বিত্তীয় কামৰ যত্ন ল’লে। প্ৰজেক্টটোৰ বাবে কাষ্টিং কৰিলো, কিন্তু তেওঁলোকক দিয়া চেকবোৰ বাউন্স কৰিবলৈ ধৰিলে।’’

লগতে পঢ়ক আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

ভুক্তভোগী মঞ্জুৱে লগতে আৰু কয় যে আলিয়াৰ নিৰ্দেশত তেওঁৰ দেউতাকেও এই প্ৰকল্পত বিনিয়োগ কৰিছিল। মঞ্জুৱে কয়, ‘‘দেউতাই উজ্জয়নৰ ঘৰটো বিক্ৰী কৰাৰ বিষয়ে আলিয়াই জানিছিল। আলিয়াক যিহেতু টকাৰ প্ৰয়োজন আছিল, সেয়ে তেওঁ দেউতাক বুজাই ঘৰটো বিক্ৰী কৰি পোৱা টকাখিনি দিবলৈ ক’লে। আলিয়াই প্ৰায় এমাহৰ পিছত টকা ঘূৰাই দিব বুলি কৈছিল যদিও সেয়া নহ’ল।’’

মঞ্জুৰ মতে আলিয়া আৰু তেওঁৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাৰ পিছত আলিয়াই ‘হলি কাউ’ত তেওঁৰ সৃষ্টিশীল আৰু সহ-প্ৰযোজকৰ ক্ৰেডিট দিবলৈকো অস্বীকাৰ কৰিছিল।

লগতে পঢ়ক দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

মঞ্জুৱে আৰু কয় যে মই FWICE (Federation of Western India Cine Employees) ত এজাহাৰো দাখিল কৰাৰ পিছতে তেওঁ মোৰ দলৰ সৈতে টকাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছে। ইফালে আলিয়াই মেডিকেল ৰিপৰ্ট দাখিল কৰি আৰক্ষীৰ অভিযোগৰ উত্তৰ দিবলৈ সময় বিচাৰিছে।

তাৎপর্যপূর্ণ কথাটো হ’ল যে ‘হলি কাউ’ ছবিখনৰ পৰিচালক হৈছে ছাই কবীৰ আৰু লগতে নৱাজুদ্দিন ছিদ্দিকী, সঞ্জয় মিশ্ৰ আৰু তিগমাংশু ধুলীয়াকো ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব। আগষ্ট মাহত মুক্তি পাব ছবিখন।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aliaasom live 24assam ka tazaa khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamnawazuddin siddiquinawazuddin siddiqui's wife
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
Next Post
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.