• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

4 years ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

17 minutes ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

47 minutes ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

3 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

3 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

21 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

21 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

22 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

22 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

23 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

editor by editor
July 6, 2022
in বিবিধ, ভাৰত
0
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…
0
SHARES
36.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে দুটা অতি ভালৰ খবৰ! জুলাই মাহত চৰকাৰে ৪ শতাংশ ডি এ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও কেন্দ্রীয় চৰকাৰে কর্মচাৰীসকলৰ বাবে এপ্ৰাইজেল উইণ্ড’ মুকলি কৰিছে৷ ইয়াৰ লগতে চৰকাৰে আৰম্ভ কৰিছে কৰ্মচাৰীৰ পদোন্নতিৰ প্ৰক্ৰিয়াও।

এছ’চিয়েট ৱেবছাইট জি বিজনেছৰ সূত্ৰ অনুসৰি, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে মূল্যায়ন উইণ্ড’ মুকলি কৰা হৈছে। এই উইণ্ড’খন ৩০ জুনলৈকে খোলা আছিল। নিৰ্ধাৰিত তাৰিখৰ ভিতৰত কৰ্মচাৰীসকলে আত্মমূল্যায়ন পূৰণ কৰি ৰিপৰ্ট কৰা বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব। কৰ্মচাৰীসকলে পূৰণ কৰা আত্মমূল্যায়নৰ ওপৰত বিষয়াই দিয়া ৰেটিংৰ ওপৰতহে পদোন্নতিৰ সিদ্ধান্ত লোৱা হ’ব।

ইপিএফঅ’ৰ সূত্ৰই জনোৱা মতে, বাৰ্ষিক কৰ্মক্ষমতা মূল্যায়ন প্ৰতিবেদন (এপিএআৰ) মডিউল প্ৰস্তুত কৰা হৈছে। অতি সোনকালে অনলাইন উইণ্ড’টোও আৰম্ভ হ’ব। ইয়াৰ পিছত চূড়ান্ত মূল্যায়ন প্ৰেৰণ কৰা হ’ব। মূল্যায়ন চক্ৰত আহিব কেন্দ্ৰৰ সকলো কৰ্মচাৰী। গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি কৰ্মচাৰীৰ বাবেও মূল্যায়ন উইণ্ড’ মুকলি হৈছে।

লগতে পঢ়ক জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

২০২১-২২ বিত্তীয় বৰ্ষৰ বাৰ্ষিক মূল্যায়নৰ দিন তেনেই ওচৰ চাপিছে। অহা ৩১ জুলাইৰ ভিতৰত বাৰ্ষিক মূল্যায়ন সম্পূৰ্ণ কৰিব লাগিব। কৰ্মী আৰু প্ৰশিক্ষণ বিভাগৰ মতে এ, বি আৰু চি গ্ৰেডৰ বাৰ্ষিক কৰ্মক্ষমতা মূল্যায়ন প্ৰতিবেদন (এপিএআৰ)ৰ বাবে উইণ্ড’ মুকলি কৰা হৈছে। ইয়াৰ লগতে কৰ্মচাৰী সকলৰ APARৰ সময় থকাৰ বাবে APR ৰ সুবিধাও লাভ কৰিব।

৩১ জুলাইৰ ভিতৰত মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব

সূত্ৰসমূহে দাবী কৰিছে যে ড’পিটিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ অনলাইন প্ৰ-পত্ৰ প্ৰেৰণ কৰিছে। লগতে মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্মচাৰীসকলে প্ৰ-পত্ৰত বিচৰা তথ্যসমূহ পূৰণ কৰি ৩০ জুনৰ ভিতৰত সংশ্লিষ্ট ৰিপৰ্টিং বিষয়াক জমা দিয়া হৈছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৩১ জুলাইলৈকে সময় লাগিব। যোৱা দুবছৰ ধৰি কৰ্মক্ষমতা পৰ্যালোচনাত পলম হোৱাৰ বিপৰীতে এইবাৰ সময় মতে হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

জুলাই মাহত ৬ শতাংশ বৃদ্ধি হ’ব ডিয়াৰনেছ এলাৱেন্স!

মূল্যায়নৰ সমান্তৰালভাৱে কেন্দ্ৰীয় কৰ্মচাৰীসকলে ডিয়াৰনেছ ভাট্টাৰো সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা প্ৰতি বছৰে জানুৱাৰী আৰু জুলাই মাহত চৰকাৰে দুবাৰকৈ বৃদ্ধি কৰে। মাৰ্চ মাহত ঘোষণা কৰা হৈছে জানুৱাৰী মাহৰ বাবে Dearness Allowance। জুলাই মাহত ঘোষণা হ’ব পাৰে ডিয়াৰনেছ ভাট্টাৰ দ্বিতীয় কিস্তি। জুলাই মাহতে ৪ শতাংশ বৃদ্ধি পোৱাৰ কথা আছিল যদিও এ আই চি পি সূচকাংকই ডি এ ৬ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে বুলি জল্পনা কল্পনা চলিছে, ইয়াৰ ফলত ডি এ ৪০ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

যদি এ আই চি পি সূচকাংকৰ এই সকলো জল্পনা সত্য বুলি প্ৰমাণিত হয় তেনে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ ৪০ শতাংশলৈ বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt employeesDA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই
প্ৰযুক্তি

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
Next Post
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.