• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

1 month ago
বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

53 mins ago
‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

2 hours ago
চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

3 hours ago
আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

20 hours ago
চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

20 hours ago
শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

21 hours ago
মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

23 hours ago
সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

1 day ago
কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

1 day ago
‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

1 day ago
২১৫ কোটি ধন দাবীৰ অভিযোগ! সংকটত বলিউদৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছ!

২১৫ কোটি ধন দাবীৰ অভিযোগ! সংকটত বলিউদৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছ!

1 day ago
ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি! ১০ম আৰু ১২শ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন

ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি! ১০ম আৰু ১২শ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন

2 days ago
  • About
  • Advertise
  • Careers
Thursday, August 18, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

editor by editor
July 6, 2022
in বিবিধ, বিশ্ব
0
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ বাহিৰেও বিশ্বৰ এখন আগশাৰী দেশত ব্যাপক হাৰত হিন্দুৰ জনসংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ কৰা লোক পিয়লত অষ্ট্ৰেলিয়াত হিন্দু জনসংখ্যাৰ বৃদ্ধি পাইছে৷

ইফালে দেশখনৰ সংখ্যাগুৰু ধৰ্মীয় জনসংখ্যা খ্ৰীষ্টানৰ জনসংখ্যা ৫০ শতাংশতকৈ হ্ৰাস হৈছে৷ দেশখনত বৃদ্ধি পাইছে নাস্তিক তথা ইশ্বৰ আৰু ধৰ্মত অবিশ্বাসী লোকৰ সংখ্যা৷ শেহতীয়া পৰিসংখ্যাৰ মতে অষ্ট্ৰেলিয়াত নাস্তিকৰ জনসংখ্যা ৩৯ শতাংশলৈ বৃদ্ধি পাইছে৷

উল্লেখ্য যে দেশখনৰ জনসংখ্যাই ২.৫ কোটি অতিক্ৰম কৰিছে৷ দেশখনৰ মুঠ জনসংখ্যা হৈছে ২ কোটি ৫৫ লাখ৷ ২০১৬ চনত অষ্ট্ৰেলিয়াৰ জনসংখ্যা ২ কোটি ৩৪ লাখ আছিল৷ বিগত পাঁচটা বছৰত দেশখনৰ প্ৰায় ২১ লাখ জনসংখ্যা বৃদ্ধি পাইছে৷

 

লগতে পঢ়ক বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

লোকপিয়লৰ পৰিসংখ্যা অনুসৰি অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে খ্ৰীষ্টানৰ সংখ্যা ৫০ শতাংশৰ তললৈ নামিছে। এতিয়া অষ্ট্ৰেলিয়াৰ মাত্ৰ ৪৪% লোকহে খ্ৰীষ্টান। যিটো ৫০ বছৰ পূৰ্বে এই সংখ্যা আছিল ৯০ শতাংশ। অৱশ্যে খ্ৰীষ্টান ধৰ্মত বিশ্বাসী লোকৰ সংখ্যা দেশখনৰ ভিতৰতে সৰ্বাধিক।

আনহাতে ৩৯ শতাংশেৰে কোনো ধৰ্ম বিশ্বাস নকৰা তথা নাস্তিকসল দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়া বিশ্বৰ এনে এখন দেশ য’ত মুঠ জনসংখ্যাৰ ভিতৰত নাস্তিকৰ শতকৰা হাৰ ইমান বেছি।

 

লগতে পঢ়ক বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

হিন্দু ধৰ্মত বিশ্বাসীসকলৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি

ইফালে অষ্ট্ৰেলিয়াত হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মও দ্ৰুতগতিত বৃদ্ধি হোৱা দেখা গৈছে। অৱশ্যে দুয়োটা ধৰ্ম অনুসৰণ কৰা লোকৰ সংখ্যা মাত্ৰ ৩-৩ শতাংশ। কিন্তু যোৱা লোকপিয়লৰ লগত তুলনা কৰিলে দেখা যায় যে দুয়োটা ধৰ্মৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে।

২০১৬ চনত অষ্ট্ৰেলিয়াত হিন্দু জনসংখ্যা (১.৯%) আৰু মুছলমান জনসংখ্যা (২.৬%) আছিল। এনেদৰে অষ্ট্ৰেলিয়াত হিন্দুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হ’ল ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ পৰা অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰা হিন্দুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Australia Populationaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHindu Population increased in Australia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…
বিশ্ব

বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

August 18, 2022
আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?
ভাৰত

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

August 17, 2022
মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ
ৰাজনীতি

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

August 17, 2022
সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!
বিবিধ

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

August 17, 2022
Next Post
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.