• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 month ago
এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

52 mins ago
কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

1 hour ago
বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

2 hours ago
‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

3 hours ago
চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

5 hours ago
আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

21 hours ago
চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

22 hours ago
শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

22 hours ago
মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

1 day ago
সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

1 day ago
কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

1 day ago
‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

1 day ago
  • About
  • Advertise
  • Careers
Thursday, August 18, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

editor by editor
July 5, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!
0
SHARES
60k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাৰ্ভাইকেল কেন্সাৰ হৈছে বিশ্বৰ নাৰীসকলে আক্ৰান্ত হৈ অহা চতুৰ্থ সৰ্বাধিক প্ৰকাৰৰ কৰ্কট ৰোগ। লক্ষণীয় কথাটো হৈছে যে এই কৰ্কট ৰোগীসকলৰ ভিতৰত এক চতুৰ্থাংশই হৈছে ভাৰতীয় মহিলা। গড়ে প্ৰতি বছৰে ভাৰতত ১ লাখ ২২ হাজাৰৰো অধিক মহিলা এই কৰ্কট ৰোগত আক্ৰান্ত হয়।

হিউমেন পেপিলোমা ভাইৰাছ (HPV) হৈছে শৰীৰত সংক্ৰমিত হোৱা এক মাৰাত্মক ৰোগ। শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰাৰ উপৰিও ছাৰ্ভাইকেল কেন্সাৰৰ আন এটা প্ৰধান কাৰণ হ’ল অসুৰক্ষিত যৌন সম্পৰ্ক।

অৱশ্যে ২০ বছৰৰ অনুৰ্ধৰ যুৱতীসকলক এই ৰোগত আক্ৰান্ত হোৱা দেখা নাযায়৷ সাধাৰণতে ৩৬ ৰপৰা ৪২ বছৰ বয়সৰ নাৰী এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ৬০ বছৰ বয়সৰ পিছতো কোনো মহিলা আক্ৰানত হ’ব পাৰে, কিন্তু ইয়াৰ সংখ্যা তুলনামূলকভাৱে কম হয়।

 

লগতে পঢ়ক বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বিশেষজ্ঞসকলৰ মতে, ১০ বছৰ বয়সৰ পিছতহে এই ৰোগৰ প্ৰতিষেধক প্ৰদান কৰিব পাৰি। ৰোগ ধৰা পৰাৰ লগে লগে উপযুক্ত চিকিৎসা আৰম্ভ কৰাটো অতি প্ৰয়োজনীয়৷ ইয়াৰ লক্ষণে দেখা দিলে কোনো কাৰণতে লুকুৱাই ৰাখিব নালাগে৷ সঠিক সময়ত চিকিৎসা কৰিলে ছাৰ্ভাইকেল কেন্সাৰ নিৰাময় কৰিব পাৰি৷ আনহাতে পলম হ’লে এই ৰোগ মাৰাত্মক হ’ব পাৰে।

এই ধৰণৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত তলত দিয়া লক্ষণবোৰ দেখা যায় —

১. বেছিভাগ ক্ষেত্ৰতে যদি ৰোগ ধৰা পৰে তেন্তে ঋতুচক্ৰৰ নিৰ্দিষ্ট সময়ৰ বাহিৰত অস্বাভাৱিক ৰক্তক্ষৰণ হয়। আন সময়ত বগা ৰঙৰ দুৰ্গন্ধযুক্ত স্ৰাৱৰ নিৰ্গমন হ’ব পাৰে।

২. যৌন সম্পৰ্কৰ পিছতে ৰক্তক্ষৰণ হ’ব পাৰে।

৩. ৰজোনিবৃত্তিৰ পিছত ৰক্তক্ষৰণ হয়।

৪. পেটৰ তলৰ অংশ, কঁকালত বিষ অনুভৱ হয়।

৫. হঠাতে ওজন কমি যোৱা, জ্বলা-পোৰা কৰা বা প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হোৱা আদিও এই ৰোগৰ লক্ষণ হ’ব পাৰে।

 

লগতে পঢ়ক ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

এই ৰোগৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

এই সকলোবোৰ লক্ষণ দেখা দিলে পলম নকৰি চিকিৎসকৰ কাষ চাপিব লাগে। বছৰত দুবাৰকৈ পেপ স্মেয়ৰ পৰীক্ষা কৰিব লাগে। পলিচিষ্টিক ডিম্বাশয়, বন্ধ্যাত্ব থকা নাৰীসকল এই ক্ষেত্ৰত সচেতন হোৱা উচিত। জন্ম নিয়ন্ত্ৰণৰ বড়ি সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো বড়ী সেৱন কৰিব নালাগে।

পলিচিষ্টিক ডিম্বাশয় থকা নাৰীয়ে তেল আৰু মছলা পৰিহাৰ কৰি স্বাস্থ্যসন্মত জীৱন যাপনত অভ্যস্ত হোৱা উচতি। এজনতকৈ অধিক যৌন সংগী থাকিলে বা সংগী কোনো ধৰণৰ যৌন ৰোগত আক্ৰান্ত হৈছে নে নাই সেয়াও পৰীক্ষা কৰাটো জৰুৰী। যৌন সংগী সঘনাই সলনি কৰিব নালাগে, সুৰক্ষিত যৌন সম্পৰ্ক স্থাপনত গুৰুত্ব দিব লাগে৷ যৌন সম্পৰ্কৰ সময়ত কণ্ডম ব্যৱহাৰ কৰাও উচিত। ধূমপান একেবাৰে বাৰণ কৰিব লাগিব।

আনহাতে সুষম খাদ্য, ভিটামিন এ, চি সমৃদ্ধ ফল-মূল, শাক-পাচলি, খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৃংখলাবদ্ধ জীৱন-যাপনৰ ওপৰত গুৰুত্ব দিব লাগে।

তদুপৰি গাৰ্ডাচিল নামৰ ভেকচিনৰ দ্বাৰা এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। কিন্তু মহিলাসকলে যৌন সম্পৰ্ক আৰম্ভ কৰাৰ আগতেই এই ভেকচিন গ্ৰহণ কৰিব লাগে।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCervical CancerCervical Cancer Symptoms
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?
ভাৰত

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

August 17, 2022
মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ
ৰাজনীতি

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

August 17, 2022
কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?
বিবিধ

কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

August 17, 2022
শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?
বিবিধ

শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

August 16, 2022
Next Post
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.