• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

4 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

5 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

5 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

6 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

7 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

8 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

9 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

9 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

10 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

11 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

11 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

14 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

মাস্কৰ যমজ সন্তানহালৰ মাতৃ কোন?

editor by editor
July 7, 2022
in বাণিজ্য, বিবিধ, বিশ্ব
0
৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে নিজৰ ব্যৱসায়ৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আহিছে। এইবাৰ আকৌ এবাৰ তেওঁ দুই যমজ সন্তানৰ বাবে সংবাদ শিৰোণাম দখল কৰিছে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁৰ কোম্পানীৰ এজন শীৰ্ষ কাৰ্যবাহীয়ে যোৱা বছৰ মাস্কৰ যমজ সন্তানহালক জন্ম দিছিল।

বিজনেছ ইনছাইডাৰৰ এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ নৱেম্বৰ মাহত মাস্কৰ এটা কোম্পানীত কাম কৰা  শ্বিভন জিলিছে তেওঁলোকৰ দুটা যমজ সন্তান জন্ম দিছিল। শ্বিভনক এলন মাস্কৰ কোম্পানী নিউৰালিংকত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

এলন আৰু জিলিছে এপ্ৰিল মাহত এখন আবেদন দাখিল কৰি তেওঁলোকৰ সন্তানৰ নামৰ শেষত পিতৃৰ নাম আৰু মাজত মাতৃৰ নাম যোগ দিয়াৰ দাবী জনাইছিল। এই আবেদনৰ পিছতহে সমগ্ৰ বিশ্বই মাস্কৰ যমজ সন্তানৰ বিষয়ে জানিব পাৰে। মে মাহত মাস্ক আৰু শ্বিভনে দাখিল কৰা এই আবেদনখন অনুমোদন কৰা হৈছে।

লগতে পঢ়ক বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

শ্বিভন জিলিছৰ সৈতে যমজ সন্তান আৰু প্ৰেমৰ সম্পৰ্কৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে এতিয়া এলন মাস্কৰ ৯ টা সন্তান পিতৃ হোৱাটো নিশ্চিত হৈছে। এলন মাস্কৰ প্ৰাক্তন পত্নী কানাডিয়ান লেখক জাষ্টিন উইলছনৰ ফালৰ তেওঁৰ ৫ টা সন্তান আছে। একে সময়তে তেওঁৰ প্ৰেমিকা কানাডিয়ান গায়ক গ্ৰাইমছৰ পৰা এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে।

শ্বিভন জিলিছ এলন মাস্কৰ নিউৰালিংকৰ পৰিচালনা আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক। এলন মাস্ক নিউৰালিংকৰ অধ্যক্ষ। ২০১৭ চনৰ মে’ মাহৰ পৰা জিলিছে কোম্পানীটোত কাম কৰি আছে। লিংকডইনত তেওঁৰ প্ৰফাইল অনুসৰি তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ব’ৰ্ডৰ সদস্যও হৈ আহিছে। ২০১৯ চনত মাস্কৰ অ’টো কোম্পানী টেছলাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সঞ্চালক হিচাপেও নিযুক্তি দিয়া হৈছিল জিলিছক।

লগতে পঢ়ক ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ইফালে কেইদিনমান আগতে এলন মাস্কৰ ট্ৰেন্সজেণ্ডাৰ কন্যাই নাম সলনি কৰিবলৈ আবেদন দাখিল কৰিছিল। মাস্কৰ কন্যাই কয় যে তেওঁ জৈৱিক পিতৃৰ সৈতে কোনো ধৰণে সংযোগ স্থাপন কৰিব নিবিচাৰে। মাস্কৰ কন্যাৰ কুমাৰীকালৰ নাম আছিল জেভিয়াৰ আলেকজেণ্ডাৰ মাস্ক।

১৮ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ আদালতত আবেদন দাখিল কৰি নিজৰ নাম ভিভিয়ান জেনা উইলছনলৈ সলনি কৰিবলৈ অনুমতি বিচাৰিছিল৷ আনকি জন্মৰ প্ৰমাণ পত্ৰত নিজৰ নতুন লিংগ পৰিচয় অৰ্থাৎ ট্ৰেন্সজেণ্ডাৰৰ লিপিৱদ্ধ কৰিবলৈও আবেদন কৰি অনুমতি বিচাৰিছিল৷ আদালতে মাস্কৰ ট্ৰেন্সজেণ্ডাৰ কন্যাৰ আবেদন গ্ৰহণ কৰি অনুমোদন জনাইছিল।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamelon muskElon Musk Twins
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
শ্ৰেণীত এগৰাকীও শিক্ষাৰ্থী নাই, ৩ বছৰৰ ২৪ লাখ দৰমহা ঘূৰাই দিলে অধ্যাপকে

শ্ৰেণীত এগৰাকীও শিক্ষাৰ্থী নাই, ৩ বছৰৰ ২৪ লাখ দৰমহা ঘূৰাই দিলে অধ্যাপকে

দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.