• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

4 years ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

1 hour ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

2 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

17 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

17 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

18 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

18 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

19 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

19 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

20 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

editor by editor
July 7, 2022
in অপৰাধ, চিনেমা, ভাৰত
0
দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
0
SHARES
25.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰলা আৰক্ষীয়ে দক্ষিণৰ অভিনেতা শ্ৰীজিথ ৰবিক গ্ৰেপ্তাৰ কৰিছে৷ দুগৰাকী স্কুলীয়া ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন কৰাৰ অভিযোগত অভিনেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

প্ৰকাশিত খবৰ মতে যোৱা সোমবাৰে অভিনেতা শ্ৰীজিথ ৰবিয়ে কেৰলাৰ পালাক্কাডত দুগৰাকী স্কুলীয়া ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা সোমবাৰে অভিনেতা শ্ৰীজিত ৰবিয়ে গাড়ীৰ পৰা নামিয়ে নাবালিকা ছাত্ৰী দুগৰাকীক যৌনাংগ প্ৰদৰ্শন কৰে৷

লগতে পঢ়ক ৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

ইয়াৰ পিছতে ৪৬ বছৰীয়া অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে৷

উল্লেখ্য যে অভিনেতাগৰাকীৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ এইবাৰেই প্ৰথম উত্থাপন হোৱা নাই৷ ইয়াৰ পূৰ্বে ২০১৬ চনতো তদ্ৰূপ ঘটনা সংঘটিত কৰি গ্ৰেপ্তাৰ হৈছিল৷ সেইবাৰ ১৪ গৰাকী স্কুলীয়া ছাত্ৰীকো যৌনাংগ প্ৰদৰ্শন কৰিছিল বুলি অভিনেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Sreejith Raviasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSreejith Ravi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম
প্ৰযুক্তি

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

July 29, 2026
Next Post
মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?

শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.