• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

4 years ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

42 minutes ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

1 hour ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

3 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

3 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

4 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

21 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

22 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

23 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

editor by editor
April 7, 2022
in বিশ্ব, ৰাজনীতি
0
পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আমেৰিকাই ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক আৰু বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিছিল৷

এইবাৰ আমেৰিকাই কেৱল ৰাছিয়াৰ ওপৰতেই নহয়, ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে৷ বিশেষকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দুই জ্যেষ্ঠ কন্যা ক্ৰমে কেটৰিনা আৰু মাৰিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে জু বাইডেন প্ৰশাসনে৷ ইমানেই নহয়, বাইডেন প্ৰশাসনে তেওঁলোকৰ পাৰিবাৰিক জীৱন আৰু গতিবিধিৰ ওপৰতো সম্পূৰ্ণ নিৰীক্ষণ ৰাখিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

লগতে পঢ়ক সাৱধান! ভাৰতত কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স! এজন আক্ৰান্ত

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাৰিবাৰিক জীৱন সমগ্ৰ বিশ্বৰ বাবেই এক ৰহস্যৰ বিষয়৷ পুটিনৰ পৰিয়াল আৰু সম্পত্তিৰ পৰিমাণ সম্পৰ্কে বিভিন্ন ধৰণৰ ৰহস্যসমৃদ্ধ কাহিনী বিশ্বজুৰি প্ৰচাৰ চলি আহিছে৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে পুটিনে প্ৰথমে ল্যিউডমিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুয়োৰে সন্তান হ’ল এই কেটৰিনা আৰু মাৰিয়া৷ কেটৰিনা আৰু মাৰিয়াক এই ল্যিউডমিলাৰে সন্তান বুলি প্ৰকাশ পালেও সেই সন্দৰ্ভত নিশ্চিতি হ’ব পৰা নাই বিশ্ব সংবাদ মাধ্যম৷ ২০১৩ চনত ল্যিউডমিলাৰে পুটিনৰ বিবাহ বিচ্ছেদ ঘটিছিল৷

এতিয়া এই দুই ভগ্নীকে পুটিনৰ কন্যা বুলি অভিহিত কৰি আমেৰিকাই তেওঁলোকৰ পাৰিবাৰিক জীৱনক নিৰীক্ষণ কৰাৰ লগতে দুয়োগৰাকীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে তেওঁলোকৰ বিষয়ে পুনৰ বিশ্ব সংবাদ মাধ্যমত পুনৰ চৰ্চা চলিছে৷

লগতে পঢ়ক সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

এইখিনিতে প্ৰশ্ন হয়, কোন হয় এই কেটৰিনা আৰু মাৰিয়া?

বিশ্ব সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ৩৫ বছৰীয়া কেটৰিনা টিখ’ন’ভাই ৰাছিয়ান চৰকাৰৰ প্ৰতিৰক্ষা উদ্যোগত এগৰাকী কাৰিকৰী কাৰ্যবাহী হিচাপে সেৱা আগবঢ়াই আহিছে৷ ইফালে তেওঁৰ জ্যেষ্ঠ ভগ্নী ৩৬ বছৰীয়া মাৰিয়া ভ’ৰণ্টছোভাই ৰাছিয়ান চৰকাৰী অনুদানপ্ৰাপ্ত কাৰ্যসূচীৰ নেতৃত্ব দিয়ে যিবোৰে ক্ৰেমলিনৰ পৰা আনুবংশিক গৱেষণাৰ দিশত বিলিয়ন ডলাৰ আৰ্থিক সাহায্য লাভ কৰি আহিছে৷ এই সমগ্ৰ কামবোৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্যক্তিগতভাৱে তত্বাৱধান কৰা হয়।

ক্ৰেমলিনৰ ৱেব ছাইট অনুসৰি, মাৰিয়াৰ জন্ম হৈছিল ১৯৮৫ চনত আৰু তাৰ এবছৰৰ পিছতে কেটৰিনাৰ জন্ম হৈছিল৷ কেটৰিনাৰ জন্মৰ এবছৰ পিছতে পৰিয়ালটো ড্ৰেছডেনলৈ আৰু ইয়াৰ পিছত পূৱ জাৰ্মানীলৈ স্থানান্তৰিত কৰা হৈছিল য’ত ভ্লাদিমিৰ পুটিনে এসময়ত এজন কেজিবি গুপ্তচৰ ৰূপে কাম কৰিছিল।

প্ৰতিবেদনখনত কোৱা হৈছে যে কেটৰিনা এতিয়া মস্কো ষ্টেট ইউনিভাৰ্চিটিৰ ইনষ্টিটিউট ফৰ মেথমেটিকেল ৰিচাৰ্ছ অৱ কমপ্লেক্স চিষ্টেমছৰ উপ-সঞ্চালকৰূপে কৰ্মৰত হৈ আছে৷ তেওঁ নিজকে পুটিনৰ দীৰ্ঘদিনীয়া বন্ধু নিকোলাই শ্বামালভৰ পুত্ৰ কিৰিল শ্বামালভৰ পত্নী বুলিও প্ৰকাশ কৰিছিল৷ কিৰিল শ্বামালভৰ ৰছিয়াৰ বেংকত  অংশীদাৰত্বও আছে।

প্ৰতিবেদনখনৰ মতে এই দম্পতীৰ অন্যান্য সম্পত্তৰি লগতে কৰ্পোৰেট হোল্ডিংৰ মূল্য প্ৰায় ২ বিলিয়ন বুলি অনুমান কৰা হৈছে। কেটৰিনাক এক্ৰোবেটিক ৰ’ক ৰোল ডান্সাৰ হিচাপেও জনা যায় আৰু ইউটিউবত নৃত্যৰ ভিডিঅ’ আপল’ডো কৰি আহিছে৷ ২০১৫ৰ ৰয়টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে কেটৰিনাৰ মস্কোৰ অভিজাত আৰু ক্ষমতাশালী ব্যক্তিসকলৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছে৷

লগতে পঢ়ক এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

ইফালে, মাৰিয়াই ছেইণ্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত জীৱবিজ্ঞান আৰু মস্কো ষ্টেট ইউনিভাৰ্চিটিত ভেষজ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু আনুবংশিক গৱেষণাৰ কৰ্মত জড়িত আছিল। ৰাছিয়ান আৰু পশ্চিমীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে মাৰিয়াই এজন ডাচ্চ ব্যৱসায়ীক বিয়া কৰাই আৰু কিছু দিনৰ বাবে নেডাৰলেণ্ডত বাস কৰিছিল।

ৰয়টাৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মাৰিয়া অন্তঃস্ৰাৱী প্ৰণালীত বিশেষজ্ঞ থকাৰ সময়ত তেওঁৰ স্বামীয়ে ক্ৰেমলিনৰ অভিজাত লোকসকলৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি ঋণদাতা হিচাপে Gazprombankত কাম কৰিছিল। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণৰ তথ্য এতিয়ালৈকে কোনেও ফাদিল কৰিব পৰা নাই৷

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ অব্যাহত ৰখাৰ বাবে আমেৰিকাই কেটৰিনা আৰু মাৰিয়াক ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কন্যা বুলি একপ্ৰকাৰে নিশ্চিত হৈ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু নিষেধাজ্ঞাক ‘গুৰুত্বপূৰ্ণ সাংকেতিক পদক্ষেপ’ বুলি অভিহিত কৰি বিশ্ব সম্প্ৰদায়ে আদৰণি জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamjoe bidenKetrinaMariaPutin daughtersVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
Next Post
সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.