• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

4 years ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

9 minutes ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

19 minutes ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

59 minutes ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

1 hour ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

2 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

2 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

3 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

6 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

6 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

8 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

editor by editor
April 7, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনে পৃষ্ঠপোষকতা কৰা চাইবাৰ আক্ৰমণকাৰীয়ে ভাৰত আৰু চীন সীমান্তৰ লাডাখনৰ ভাৰতৰ পাৱাৰ গ্ৰীডত চাইবাৰ আক্ৰমণ সংঘটিত কৰিছে৷

বুধবাৰে এক ব্যক্তিগত চোৰাংচোৱা সংস্থাই এই দাবী কৰিছে৷ সংস্থাটোৰ মতে বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা মাৰ্চ মাহলৈ চীনৰ চাইবাৰ আক্ৰমণকাৰীয়ে লাডাখৰ সমীপত থকা ভাৰতীয় পাৱাৰ গ্ৰীডত আক্ৰমণ কৰিছিল৷

সংস্থাটোৱে প্ৰকাশ কৰা মতে শেহতীয়া মাহবোৰত সংশ্লিষ্ট ৰাজ্যসমূহৰ গ্ৰীড নিয়ন্ত্ৰণ আৰু বিদ্যুৎ প্ৰেৰণৰ বাবে দায়বদ্ধ কমেও সাতটা ভাৰতীয় লোড প্ৰেৰণ কেন্দ্ৰ(RLDC)ক চাইবাৰ নেটৱৰ্কে লক্ষ্য কৰি লোৱা দেখা গৈছে৷

লগতে পঢ়ক সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

তেওঁলোকে প্ৰকাশ কৰা মতে লক্ষ্য হোৱা এছএলডিচিবোৰ বিতৰ্কিত ভাৰত-চীন সীমান্তৰ লাডাখৰ ওচৰত অৱস্থিত।

ব্যক্তিগত চোৰাংচোৱা সংস্থাটোৱে লগতে প্ৰকাশ কৰিছে যে তেওঁলোকৰ অনুসন্ধানৰ মতে এই চাইবাৰ আক্ৰমণ যোৱা বছৰৰ আগষ্ট মাহৰ পৰা চলিত বছৰৰ মাৰ্চ মাহলৈ অব্যাহত আছিল৷ চীনৰ চাইবাৰ আক্ৰমণকাৰীয়ে ইণ্ডিয়ান ল’ড ডিছপেটছ চেণ্টাৰ্ছসমূহত চাৰ্ভাৰ নিজৰ নিয়ন্ত্ৰণলৈ নি সমগ্ৰ বিশ্বতে ইয়াক বিয়পাই দিয়াৰ লক্ষ্য কৰি লৈছিল৷

সংস্থাটোৱে প্ৰতিবেদন প্ৰকাশ কৰাৰ পূৰ্বে এই বিষয়ে তেওঁলোকে ভাৰত চৰকাৰক সতৰ্ক কৰি দিয়া বুলিও প্ৰকাশ কৰিছে৷

লগতে পঢ়ক এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

উল্লেখ্য যে ভাৰত চীনৰ মাজত ৩৫০০ কিলোমিটাৰ সীমান্তৰ বিবাদ চলি আহিছে, যাৰ বাবে ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰিছিল৷ ইয়াৰ পিছৰে পৰা ভাৰত আৰু চীনৰ মাজত সীমান্তৰ বিবাদকলৈ মাজে মাজে উত্তেজনা বৃদ্ধি হৈ আহিছে৷

আনকি ২০২২ চনৰ জুনত লাডাখৰ ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ য’ত ২০ গৰাকী ভাৰতীয় সেনাৰ মৃত্যু হৈছিল৷ চীনে সেই সংঘৰ্ষত কিমান চীনা সৈন্যৰ মৃত্যু হৈছিল সেই তথ্য চৰকাৰীভাৱে প্ৰকাশ নকৰিলেও প্ৰায় ৪০ গৰাকী চীনা সৈন্যৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল৷

সেই সংঘৰ্ষৰ পিছতে দুই দেশৰ সীমান্তকলৈ উত্তেজনা বৃদ্ধি পাই আৰু উত্তেজনা প্ৰশমন কৰিবলৈ দুয়ো দেশৰ সেনাৰ কামাণ্ডাৰ পৰ্যায়ৰ কেবালানিও বৈঠক অনুষ্ঠিত হৈ আহিছে৷ কিন্তু ইয়াৰ মাজতে চীনা চাইবাৰ হেকাৰে উক্ত অঞ্চলত থকা ভাৰতীয় পাৱাৰ গ্ৰীডত চাইবাৰ আক্ৰমণ সংঘটিত কৰা কাণ্ডই দুয়ো দেশৰ সীমান্তৰ বিবাদক নতুন মোৰ দিব বুলি আশংকা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndo-China boarderIndo-China clash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
Next Post
পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.