• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

3 years ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

10 mins ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

4 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

5 hours ago
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

5 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

6 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

23 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

24 hours ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

1 day ago
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

1 day ago
লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

1 day ago
পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

editor by editor
April 7, 2022
in ভাৰত, ৰাজনীতি
0
২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে দৃষ্টান্তমূলক প্ৰদৰ্শন কৰাৰ পিছতে দলটোৰ ৰাজনৈতিক উচ্চাকাংশা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পিছতে দলটোৱে আগন্তুক হিমাচল প্ৰদেশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাট দখল কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷

ৰাষ্ট্ৰীয় সংবাদ সংস্থা এনডিটিভৰ এক সাক্ষাৎকাৰত আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে তেওঁৰ দলে দিল্লীৰ পিছতে পঞ্জাৱত ক্ষমতা দখলৰ পিছতে দেশৰ অন্যান্য ৰাজ্যলৈ তেওঁৰ দলক সম্প্ৰসাৰিত কৰিব বিচাৰিছে৷

ইতিমধ্যে অৰবিন্দ কেজৰিৱালে গুজৰাট আৰু হিমাচল প্ৰদেশত ৰণদুন্দুভি বজাইছে৷ দুয়োখন ৰাজ্যতে কেজৰিৱালৰ অনুষ্ঠান বিপুল জন সমাগম হোৱা পৰিলক্ষিত হৈছে৷

 

লগতে পঢ়ক পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

ইফালে ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন সম্পৰ্কে কৰাৰ প্ৰশ্নোত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰা দেখা যায়৷

কংগ্ৰেছক দেশৰ প্ৰধান বিৰোধী দল হিচাপে লৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ তেওঁ দলে কিবা পৰিকল্পনা কৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ পৰা কেজৰিৱালে আঁতৰি যায়।

ইয়াৰ উত্তৰত অৰবিন্দ কেজৰিৱালে কয় যে ‘সকলো জনতাৰ ওপৰত৷ জনতাই হৈছে সৰ্বোচ্চ৷’

 

লগতে পঢ়ক এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

২০১৪ চনত বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ দৰেই ২০২৪ তো তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বুলি এক প্ৰশ্ন কৰা হৈছিল৷ উক্ত প্ৰশ্নোত্তৰ পোনপতীয়াকৈ নিদি কেজৰিৱালে কয় যে ‘প্ৰতিটো সময়েই বেলেগ বেলেগ’৷

তেওঁ লগতে কয় ‘‘মোৰ জীৱনৰ কৰ্মসূচী মোদীক পৰাভূত কৰিবলৈ নহয়৷ যেতিয়াই আমি ক্ষমতালৈ আহিম, তেতিয়া মোৰ একমাত্ৰ লক্ষ্য হৈছে দেশখন আগুৱাই লৈ যোৱা৷’’ অৰবিন্দ কেজৰিৱালে কয়৷

তেওঁৰ দলক কেৱল এটা দলে নহয় বুলি উল্লেখ কৰি আপ এটা দৰ্শন বুলিও অভিহিত কৰিছে৷ এই দৰ্শনক বিশ্বৰ ভিতৰতে ভাৰতক ১ নম্বৰ দেশৰূপে প্ৰতিষ্ঠা কৰাৰ দৰ্শন বুলি কয় অৰবিন্দ কেজৰিৱালে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: APPasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjpDelhi CM AravindPM Modipm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত
জীৱনশৈলী

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

July 12, 2025
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত
জীৱনশৈলী

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

July 12, 2025
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

July 12, 2025
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

July 12, 2025
Next Post
এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.