• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ত ৰাহুৰ ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

2 years ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

5 hours ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

6 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

7 hours ago
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

8 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

9 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

10 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

11 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

12 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, December 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০২৪ত ৰাহুৰ ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

editor by editor
January 1, 2024 - Updated on September 24, 2024
in বিবিধ, ভাৰত
0
২০২৪ত ৰাহুৰ ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…
0
SHARES
18.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰত ৰাহু আৰু কেতুক পাপী গ্ৰহ বুলি আখ্যা দিয়া হয়। ডেৰ বছৰত এবাৰ ৰাশি পৰিবৰ্তন কৰে এই গ্ৰহে। ২০২৩ চনৰ ৩০ অক্টোবৰত ৰাশি পৰিবৰ্তন কৰিছে ৰাহুৱে। এই সময়ত মেষ ৰাশিৰ পৰা বাহিৰলৈ ওলাই মীন ৰাশিৰ প্ৰৱেশ কৰিছে এই গ্ৰহই। নতুন বছৰত অৰ্থাৎ ২০২৪ত আকৌ ৰাশি পৰিবৰ্তন নকৰে এই গ্ৰহই। ১৮ মে ২০২৫ চনত ৰাহুৱে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। কিন্তু ২০২৪ চন কিছু ৰাশিৰ জাতকৰ বাবে সমস্যা সংকুল। ৰাহুল মীন ৰাশিত ভ্ৰমণে নতুন বছৰত কিছু ৰাশিৰ সমস্যা বৃদ্ধি কৰিব। জ্যোতিষ অনুসৰি ৰাহু নিষ্ঠুৰ গ্ৰহ। যি ব্যক্তিৰ কোষ্ঠীত ৰাহু দূৰ্বল সেই ৰাশিয়ে বেয়া পৰিনাম ভোগ কৰিব।

২০২৪চনত কোন কোন ৰাশিৰ দুৰ্ভোগ বাঢ়িব জানি থওক সবিশেষ

সিংহ ৰাশি
আপোনাৰ ৰাশিৰ অষ্টম স্থানত ৰাহুৱে বিৰাজ কৰিছে। এই ৰাশিৰ জাতকৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যা বৃদ্ধি পাব। মীন ৰাশিত ৰাহুৰ গোচৰৰ ফল সিংহ ৰাশিৰ জাতকে ভোগ কৰিব। সাৱধানে গাড়ী চলাব। যাত্ৰাৰ সময়ত সতৰ্ক থাকক। স্বাস্থ্যৰ বিশেষ যত্ন লওক। ভাৱিচিন্তি অৰ্থলগ্নি কৰক। কাৰণ আৰ্থিক লোকচানৰ প্ৰৱল যোগ আছে। কাকোৱেই ধন ধাৰে নিদিব। কাৰণ সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা খুবেই কম থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত সমস্যা উৎপন্ন হ’ব। সম্পৰ্ক বজায় ৰাখিবলৈ হ’লে ধৈৰ্য্য ধৰক।

ধনু ৰাশি
এই ৰাশিৰ চতুৰ্থ স্থানত ৰাহুৱে বিৰাজ কৰিছে। সেয়ে ধনু ৰাশিৰ জাতকে নতুন বছৰত বিশেষ শুভ ফল লাভ নকৰিব। পাৰিবাৰিক অৱসাদৰ চিকাৰ হ’ব এই ৰাশিৰ জাতক। নিজৰ কামত ইমানেই ব্যস্ত থাকিব যে পৰিয়ালক সময় দিব নোৱাৰিব। স্বাস্থ্যৰ যত্ন লওক। আইনী বিবাদত সোমাই পৰিব পাৰে।

মীন ৰাশি
মীন ৰাশিতেই ৰাহুৱে বিচৰণ কৰিব। ইয়াৰ ফলত মীন ৰাশিৰ জাতকৰ স্বাস্থ্য বেয়া হ’ব। সমস্ত কামতেই কিবা নহয় কিবা জটিল বাধা আহিব। পৰিয়ালৰ সৈতে কোনো বিষয়ত কথা কটাকটি হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধানে থাকক। গাড়ী, সম্পত্তি সংক্ৰান্তিয় বিষয়ত আইনী জটিলতা আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
জীৱনশৈলী

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

December 5, 2025
Next Post
QR কোড স্কেন কৰিয়েই ATMৰ পৰা টকা উঠাব পাৰিব, নতুন বছৰত নতুন নিয়ম ৰিজাৰ্ভ বেংকৰ

সকলোৱে প্ৰাৰ্থনা কৰক! হৃদৰোগত আক্ৰান্ত হৈ হেলথ চিটি হাস্পতালৰ ICUত অভিনেতা দ্বীপজ্যোতি কেওট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন