• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিৰেই ৰাহুল গান্ধীৰ বিয়া! ৰাহুলে মেকানিকৰ সৈতে হোৱা বৰ্তালাপত জনালে বিবাহৰ কথা

অচিৰেই ৰাহুল গান্ধীৰ বিয়া! ৰাহুলে মেকানিকৰ সৈতে হোৱা বৰ্তালাপত জনালে বিবাহৰ কথা

3 years ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

8 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

57 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

24 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অচিৰেই ৰাহুল গান্ধীৰ বিয়া! ৰাহুলে মেকানিকৰ সৈতে হোৱা বৰ্তালাপত জনালে বিবাহৰ কথা

editor by editor
July 9, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
অচিৰেই ৰাহুল গান্ধীৰ বিয়া! ৰাহুলে মেকানিকৰ সৈতে হোৱা বৰ্তালাপত জনালে বিবাহৰ কথা
0
SHARES
668
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাধাৰণ ৰাইজৰ কাষলৈ ৰাহুলৰ যাত্ৰা৷ সৰ্বসাধাৰণৰ জীৱন সংগ্ৰামক কাষৰ পৰা অধ্যয়নৰ প্ৰয়াস ৰাহুলৰ৷ ট্ৰেক্টৰ চলোৱা, ভুঁই ৰোৱাৰ পাছত এইবাৰ মেকানিকৰ কাষত ৰাহুল৷ ভাৰত জুড়ো যাত্ৰাৰে এটা নতুন পৰ্যায় আৰম্ভ কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। দেশৰ দৰিদ্ৰ সাধাৰণ জনতাৰ দুখ কষ্টৰ বুজ ল’বলৈ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে এক নতুন প্ৰয়াস। শুক্ৰবাৰে চহা কৃষকৰ সৈতে ভুই ৰুই, ট্ৰেক্টৰ চলায় কৃষকৰ দুখ, কষ্টৰ লগতে কৃষকৰ জীৱনপ্ৰণালীৰ বিষয়ে বুজ লোৱা ৰাহুল গান্ধীয়ে এইবাৰ মেকানিকৰ সৈতে কথা বতৰা পাতে। আৰু তেঁওলোকৰ সংগ্ৰামৰ কথা বুজিবলৈ যত্ন কৰে।

স্থানঃ কৰোলবাগ৷ কৰোলবাগত আছে বিভিন্নধৰণৰ মেকানিকৰ দোকান। য’ত ৰিক্সা, বাইকৰ পৰা আৰম্ভ কৰি ট্ৰাক, বিলাসী বাহন সকলোৰে মেৰামতি কৰা হয়। এই মেকানিকসকলৰ লগত এটা দিন পাৰ কৰিলে ৰাহুল গান্ধীয়ে। যত তেঁও বিভিন্ন মেকানিকসকলৰ লগতে, অটোমোবাইল ইণ্ডাষ্টীৰ বিষয়ে জানিবলৈ উতসুক হৈ পৰে। কৰোলবাগৰ ইখনৰ পিছত সিখন দোকানত সোমাই মেকানিকসকলৰ লগত কথা পাতে ৰাহুলে। মেকানিকসকলৰ সুবিধা- অসুবিধা, পৰিয়ালৰ বিষয়ে সুধে ৰাহুলে। কথাৰ মাজতে ৰাহুলে মেকানিকৰ লগত একেলগে চাৰ্ভিছিঙৰ কামতো হাত দি কামৰ বিষয়ে অভিজ্ঞতা আহৰণ কৰে। কাম কৰি থকাৰ মাজতে অনা চাহৰো জুটি ল’লে ৰাহুলে। মেকানিকসকলৰ কষ্টৰ অনুভৱ কৰাৰ এয়া যেন এক প্ৰয়াস আছিল ৰাহুলৰ।

গাড়ীৰ কাম কৰোতে মাস্ক পিন্ধাটো দৰকাৰ৷ এনেদৰে মাজে মাজে মেকানিকসকলক স্বাস্থ্যৰো দিহা দি ৰাহুলে লগ কৰিলে ইজনৰ পিছত সিজন মেকানিকক। ইয়াৰ মাজতে এজন মেকানিকে ৰাহুলক প্ৰশ্ন কৰিলে, ‘আপুনি কেতিয়া বিয়া পাতিব?’ ৰাহুলৰ উত্তৰ, ‘অতি সোনকালে৷’ ইয়াৰ পিছতে মেকানিকজনকো বিয়াৰ কথা সোধাত তেঁও কলে, ‘দেউতাই ছোৱালী চাইছে। এতিয়া দৰমহা কম। ১৪-১৫ হাজাৰ টকাত ঘৰ কেনেকৈ চলাম। আন এজনে ৰাহুলক প্ৰশ্ন কৰিলে, ‘আপোনাৰ হাতত কোনখন বাইক আছে৷ ৰাহুলে দুখ প্ৰকাশ কৰি উত্তৰ দিলে, ‘KTM 390। কিন্তু দেহৰক্ষীসকলে চলাব নিদিয়ে৷’

এনেদৰে বিভিন্ন কথা বতৰাৰে দিনটোৰ সামৰণি মৰা ৰাহুলে শেষত মেকানিকসকলক উত্সাহী কৰি কৰি ক’লে- আপোনালোকে যি কাম কৰিছে সেয়া সন্মানীয়। কেৱল নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। মেকানিকৰ লগত কটোৱা দিনটোৰ অভিজ্ঞতা বৰ্ণনা কৰি ৰাহুলে কয়, ‘কৃষকৰ অবিহনে যেনেকৈ খাদ্য লাভ কৰাটো অসম্ভৱ, তেনেকৈ আপোনালোকৰ অবিহনে দেশত প্ৰগতি অসম্ভৱ। মেকানিকসকলৰ ভৰিয়েই দেশত প্ৰগতিৰ চকা চলায়! ভাৰত জোড়োৰ নতুন পৰ্যায় হৈছে কৰোল বাগৰ ৰাস্তা – য’ত বাইকাৰ্ছ মেকানিক আছে, তেঁওলোকৰ ভিতৰৰে উমেদ শ্বাহ, বিকি সেন আৰু মনোজ পাছৱানৰ সৈতে দিনটো কটাও আৰু মেকানিকসকলৰ কামটো গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলো। ভাৰতৰ অটোমোবাইল উদ্যোগটো শক্তিশালী কৰিবলৈ ভাৰতৰ মেকানিকসকল শক্তিশালী হোৱাটোৰ খুবেই প্ৰয়োজন।’ বিদেশৰ ট্ৰাকচালক, দেশৰ কৃষক আৰু মেকানিকসকলৰ কাষলৈ গৈ তেঁওলোকৰ কাষ চপাৰ ৰাহুল গান্ধীৰ যি প্ৰচেষ্টা। সেয়ে নিশ্চয়কৈ প্ৰশংসনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

শাওন মাহত শিৱলিংগত ভুলতো এইকেইবিধ সামগ্ৰী নিদিব! এইকেইবিধ সামগ্ৰী অৰ্পণ কৰিলেই মহাদেৱ ক্ৰোধিত হয়

শাওন মাহত শিৱলিংগত ভুলতো এইকেইবিধ সামগ্ৰী নিদিব! এইকেইবিধ সামগ্ৰী অৰ্পণ কৰিলেই মহাদেৱ ক্ৰোধিত হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.