• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

3 years ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

16 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

17 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

17 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

17 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

18 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

20 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

20 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

21 hours ago
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

21 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

22 hours ago
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

22 hours ago
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

editor by editor
August 8, 2023
in ভাৰত, ৰাজনীতি
0
ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাংসদ পদ ঘূৰাই পোৱাৰ পাছত তুঘলকৰ ১২ নম্বৰ লেনত থকা বাংলো ঘূৰাই পালে ৰাহুল গান্ধীয়ে। বাংলো ঘূৰাই পোৱাক কেন্দ্ৰ কৰি সাংসদগৰাকীয়ে দাঙি ধৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া। তেওঁ প্ৰথমটো প্ৰতিক্ৰিয়াতেই কয়, ‘সমগ্ৰ হিন্দুস্তানেই মোৰ ঘৰ।’ বিগত এপ্ৰিল মাহত সাংসদ পদ হেৰুৱাই গৃহহীন হৈছিল ৰাহুল গান্ধী। বিগত ১৯ বছৰে বাস কৰি অহা বাংলোটো হাঁহিমুখে খালি কৰি দিছিল ৰাহুলে। কিন্তু ৩ মাহ পাছতেই আকৌ সেই বাংলোটো ৰাহুলক উভতাই দিয়া হৈছে। সাংসদৰ সদস্যপদ আকৌ লাভ কৰাৰ পিছতেই হাউছিং বৰ্ডে ৰাহুলৰ বাংলোটো ওভটাই দিছে।

টুইটাৰৰ প্রফাইল সলনি কৰিলে ৰাহুলে
সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ঘূৰাই পাইছে। সোমবাৰে দুপৰীয়াই তেওঁ সংসদৰ চৌহদত আকৌ প্ৰৱেশ কৰিছে। ইয়াৰ পাছতেই তেওঁ সামাজিক মাধ্যমত সলনি কৰিছে প্ৰফাইল। সাংসদ পদ হেৰুৱাৰ পাছত তেওঁ নিজা টুইটাৰ প্রফাইলত লিখিছিল Dis’Qualified MP, সেই বিশেষ প্ৰফাইলটো সোমবাৰে সলনি কৰিছে ৰাহুলে। এইবাৰ ৰাহুল গান্ধীয়ে তেঁঁওৰ টুইটাৰ প্ৰফাইলত লিখিছে Member of Parliament.

অনাস্থা প্ৰস্তাৱৰ ভাষণৰ আঁত ৰাহুল গান্ধীয়ে নধৰিলে কিয়?
কংগ্ৰেছৰ ঘনিষ্ঠ সূত্ৰই সোমবাৰে প্ৰকাশ কৰিছিল যে অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ আঁত ৰাহুল গান্ধীয়ে ধৰিব। অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ আঁত কিন্তু ৰাহুল গান্ধীয়ে নধৰিলে। ৰাহুলৰ সলনি গৌৰৱ গগৈয়ে এই আলোচনাৰ আঁত ধৰে। মণিপুৰৰ ঘটনাক লৈ আলোচনাৰ দাবীত বিগত ২৬ জুলাইত কংগ্ৰেছৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে সাংসদ গৌৰৱ গগৈয়ে। অধ্যক্ষই সেই প্ৰস্তাৱ গ্ৰহণ বিষয়চটোৰ ওপৰত বক্তৱ্য ৰাখিবলৈ ৮ আৰু ১০ আগষ্টৰ দিনটো ধ্যাৰ্য কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ১০ আগষ্টত এই বিষয়ত উত্তৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

'কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব 'থিম ছং’

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব 'গদৰ-২’য়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.