• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

1 year ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

11 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

31 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 hour ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

1 hour ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

2 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

13 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

২০২৫ত সাবধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

editor by editor
December 11, 2024
in জীৱনশৈলী
0
২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিছে ২০২৪ৰ ডিচেম্বৰ মাহ৷ কেলেণ্ডাৰৰ পাত লুটিয়াই আৰম্ভ হ’ব নতুন বছৰ৷ অৰ্থাৎ হাতত আৰু বেছি সময় নাই৷ নতুন বছৰ আৰম্ভ মানেই নতুন সময়ৰ শুভাৰম্ভণি৷ এইবছৰত যি কাম কৰিব নোৱাৰিলে নতুন বছৰত সেই অপূৰ্ণ কাম পূৰণ কৰিবলৈ প্ৰত্যেকেই চেষ্টা কৰিব৷ এইযে সকলোবোৰ নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে সেয়া প্ৰায়েই নিৰ্ভৰ কৰে আপোনাৰ মনৰ ওপৰত৷ ইফালে এজন মানুহৰ ভাল বেয়া সকলোবোৰ আকৌ নিৰ্ভৰ কৰে জ্যোতিষশাস্ত্ৰৰ ওপৰত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ স্থান যেনেকৈ পৰিবৰ্তন হ’ব আপোনাৰ জীৱনো তেনেকৈয়ে আগবাঢ়িব৷

জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ স্থান পৰিবৰ্তন

এইবাৰ ২০২৫ চনত চাৰি ৰাশিৰ জীৱনলৈ অত্যন্ত বেয়া সময় আহিব৷ কাৰণ জ্যোতিষশাস্ত্ৰই কৈছে যে ২০২৫ চনৰ মে মাহত ৰাহুৱে তাৰ স্থান পৰিবৰ্তন কৰিব আৰু এই সময়ত ৰাহুৱে বৃহস্পতিৰ মীন ৰাশি এৰি শনিৰ ৰাশি কুম্ভত প্ৰৱেশ কৰিব৷ বৈদিক শাস্ত্ৰ অনুসৰি ৰাহুক কোৱা হয় ছায়া গ্ৰহ৷ ৰাহুয়ে যদি এবাৰ স্থান পৰিবৰ্তন কৰে কিংবা বিপৰীতে চলে তেনে ধ্বংস অৱধাৰিত৷ আকৌ এবাৰ নতুন বছৰত ৰাহুৰ গমনৰ কাৰণে চাৰি ৰাশিৰ জীৱনলৈ সমস্যা আহিব৷

কোন ৪ৰাশিৰ জীৱন প্ৰভাৱিত হ’ব?

১. মিথুন ৰাশিঃ জ্যোতিষশাস্ত্ৰ অনুসৰি কুম্ভ ৰাশিত ৰাহুৰ গমনৰ কাৰণে বিভিন্নভাৱে ক্ষতি হ’ব পাৰে৷ এই ৰাশিৰ জাতক জাতিকাসকলে সাবধান হৈ চলাৰ পৰামৰ্শ দিছে জ্যোতিষীয়ে৷ এই সময়ত নতুন কিছু আৰম্ভ কৰাৰ সিদ্ধান্ত নল’ব৷ নতুন কামৰ ফলত ক্ষতিহে হ’ব পাৰে৷ ইয়াৰোপৰি কৰ্মক্ষেত্ৰত ক্ষতি হোৱাৰো সম্ভাৱনা আছে৷

২. সিংহ ৰাশিঃ ৰাহুৰ অশুভ দৃষ্টিৰ কাৰণে সিংহ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থলত বিভিন্ন পৰিবৰ্তন লক্ষ্য কৰিব৷ সহকৰ্মীসকলৰ সৈতে বুজাপৰা কৰিব পাৰে৷ এই সময়ত আপোনাৰ হোৱা কামো ৰৈ যাব পাৰে৷ বিভিন্ন কাৰণত মন অস্থিৰ হৈ উঠিব৷ পাৰিবাৰিক বিবাদে আপোনাক মানসিকভাৱে দুৰ্বল কৰিব পাৰে৷ এই সময়ত ধৈৰ্য্য নেহেৰুৱাব৷ মূৰ ঠাণ্ডা কৰি কাম কৰি যাওক৷

৩. তুলা ৰাশিঃ তুলা ৰাশিৰ জাতকসকল অত্যন্ত সাবধানে চলক৷ এই সময়ত ৰাহুৱে তুলা ৰাশিৰ নৱম গ্ৰহত অৱস্থান কৰিব৷ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক৷ ডাঙৰ দুৰ্ঘটনা ঘটাৰো যোগ আছে৷ ইয়াৰোপৰি পিতৃ-মাতৃৰ স্বাস্থ্যৰো যত্ন লওক৷ দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হ’ব পাৰে৷

৪. কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ওপৰত সকলোতকৈ বেছি প্ৰভাৱ পৰিব৷ কাৰণ এই ৰাশিতেই অৱস্থান কৰিছে ৰাহু৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সময়ত আপোনাৰ আৰ্থিক ক্ষয়ক্ষতিও হ’ব পাৰে৷ এই সময়ত অতিৰিক্ত ব্যয় কৰাৰ কথা নাভাৱিব৷ বিভিন্ন কাৰণত মানসিক বিভ্ৰান্তিতো পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 20, 2026
Next Post
‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

'আমাক কংগ্ৰেছ নালাগে'- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’

'মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.