• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ বাবেই সলাই দিয়া হ’ল ভোটগ্ৰহণৰ দিন! মৰুৰাজ্য ৰাজস্থানত কিয় এই সিদ্ধান্ত ল’লে নিৰ্বাচনী আয়োগে?

বিবাহৰ বাবেই সলাই দিয়া হ’ল ভোটগ্ৰহণৰ দিন! মৰুৰাজ্য ৰাজস্থানত কিয় এই সিদ্ধান্ত ল’লে নিৰ্বাচনী আয়োগে?

3 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

9 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

10 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

10 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

10 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

11 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

11 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

12 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

13 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

14 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

15 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

16 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিবাহৰ বাবেই সলাই দিয়া হ’ল ভোটগ্ৰহণৰ দিন! মৰুৰাজ্য ৰাজস্থানত কিয় এই সিদ্ধান্ত ল’লে নিৰ্বাচনী আয়োগে?

editor by editor
October 11, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
বিবাহৰ বাবেই সলাই দিয়া হ’ল ভোটগ্ৰহণৰ দিন! মৰুৰাজ্য ৰাজস্থানত কিয় এই সিদ্ধান্ত ল’লে নিৰ্বাচনী আয়োগে?
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সলনি হ’ল ৰাজস্থানৰ নিৰ্বাচনৰ দিন। ২৩ নৱেম্বৰৰ সলনি ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। বুধবাৰে বিশেষ ঘোষণা কৰিছে ৰাজস্থান নিৰ্বাচনী আয়োগে। কিন্তু কিয় এই পৰিবৰ্তন? উল্লেখ্য যে, সোমবাৰে নিৰ্বাচনী আয়োগে ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। ৭নৱেম্বৰত মিজোৰাম, ছত্তিশগড়। প্ৰথম পৰ্যায়ত এই দুই ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ আৰু ছত্তিশগড়, ৩০ নৱেম্বৰত তেলেংগানাৰ বিধানসভা নিৰ্বাচন। ইয়াৰমাজতে ২৩ নৱেম্বৰত ভোটগ্ৰহণ হ’ব ৰাজস্থানত। কিন্তু বুধবাৰে হঠাৎ সলনি কৰা হৈছে ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন। ২৩ নৱেম্বৰৰ সলনি ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ ভোটগ্ৰহণ। ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব আগন্তুক ৩ ডিচেম্বৰত।

কিয় হঠাৎ ভোটগ্ৰহণৰ দিন সলনি কৰিলে ৰাজস্থানে?

ৰাজস্থানৰ নিৰ্বাচনী আয়োগে জনোৱা অনুসৰি সেইদিনা ৰাজস্থানত বহু সংখ্যক বিবাহৰ অনুষ্ঠান আছে। সেয়ে ভোটগ্ৰহণৰ দিন পিছুৱাই দিবলৈ ৰাজনৈতিক দলসমূহে কমিছনৰ ওচৰত আবেদন জনাইছে। যাৰবাবে অৱশেষত কমিছনে দিন সলনি কৰাৰ সিদ্ধান্ত লয়। নিৰ্বাচন কমিছনে দিয়া বিবৃত্তিত উল্লেখ আছে যে, ‘সমগ্ৰ ৰাজস্থানত ২৩ তাৰিখে একাধিক বিবাহৰ অনুষ্ঠান আছে। সেয়ে নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ’ব। বেছিসংখ্যক ভৱনেই বুক হৈ থকাৰ বাবে পুলিং অফিচাৰ, পিজাইডিং অফিচাৰসকলক ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব। ৰাজস্থানৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৬ নৱেম্বৰ। অৰ্থাৎ ৭ নৱেম্বৰত মনোনয়নপত্ৰৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া সম্পন্ন হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ নৱেম্বৰ। ২৫ নৱেম্বৰত ভোটগ্ৰহণ সম্পন্ন হ’ব। সকলো প্ৰাৰ্থীয়ে ২৩ নৱেম্বৰৰ বিয়লী প্ৰচাৰ সামৰিব লাগিব।

উল্লেখ্য যে ৰাজস্থানৰ বিধানসভাত মুঠ আসনৰ সংখ্যা ২০০ খন। বিগত নিৰ্বাচনত বিজেপিৰ হাতৰ পৰা ৰাজস্থান কাঢ়ি লৈছিল কংগ্ৰেছ দলে। ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়ে এই নিৰ্বাচন কংগ্ৰেছ, আৰু বিজেপি দুই মুখ্য দলৰ বাবেই বিশেষ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
বহুতেই নাজানে এই তথ্য! এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

বহুতেই নাজানে এই তথ্য! এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

এদিন সমগ্ৰ বিশ্বত আমাৰ শাসন চলিব! হামাছৰ লক্ষ্য জনাই দিলে অন্যতম প্ৰতিষ্ঠাতা আল-জহৰে

এদিন সমগ্ৰ বিশ্বত আমাৰ শাসন চলিব! হামাছৰ লক্ষ্য জনাই দিলে অন্যতম প্ৰতিষ্ঠাতা আল-জহৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.