• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

3 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

2 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

3 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

3 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

4 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

4 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

7 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

7 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

8 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

9 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?

editor by editor
September 5, 2023
in চিনেমা, বিনোদন, ভাৰত
0
১৬ বছৰ পাছত আকৌ শীৰ্ষত! ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত সকলোতকৈ ওপৰত কোন?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময়ৰ চকা এনেকৈয়ে ঘূৰে। মাজত ১৬ বছৰৰ এক বৃহৎ ব্যৱধান। ১৬ বছৰ পূৰ্বে ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত শীৰ্ষত আছিল দক্ষিণী ছুপাৰষ্টাৰ ৰজনীকান্ত। কিন্তু সেই সময়ৰ পৰা লাহে লাহে তেওঁৰ জনপ্ৰিয়তা কমি আহিল। দক্ষিণৰ পৰা বহু নতুন নতুন অভিনেতাই দক্ষিণী চিনেমাৰ ক্ষেত্ৰখন দখল কৰিবলৈ ল’লে। তাৰমাজতেই কিন্তু ৰজনীকান্ত একেবাৰে অতীত হৈ গ’ল তেনে নহয়। এখন দুখন চিনেমা ৰজনীকান্তই কৰি থাকিল। ছবি ছুপাৰহীট নহ’লেও হীট হয়েই, কাৰণ ৰজনীকান্ত দক্ষিণী চিনেমাক্ষেত্ৰৰ কিং। বিগত ১৬ বছৰত চিনেমাৰ কাম যিহেতু পূৰ্বতকৈ কমিল সেয়ে ধনৰ মোনাৰ ওজনো কমিছিল। কিন্তু শেহতীয়াভাৱে ৰজনীকান্ত আকৌ এবাৰ শীৰ্ষ উপাৰ্জনকাৰী অভিনেতাৰ তালিকালৈ আহিছে।

সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে দক্ষিণী ছুপাৰষ্টাৰ ৰজনীকান্তে। ২০০৭ চনত তামিল পৰিচালক এছ শঙ্কৰৰ পৰিচালনাত প্ৰেক্ষাগৃহত মুক্তি পাইছিল ‘শিৱাজী, দ্যা বছ’, এই ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছিল ৰজনীকান্তই। কেৱল ভাৰততেই নহয়, ‘শিৱাজী দ্যা বছ’, ছবিখন নিৰ্মাণ কৰোতে খৰচ হৈছিল ৬০ৰ পৰা ৮৯ কোটি টকা। ছবিখনে মুক্তিৰ পাছত বক্স অফিচত উপাৰ্জন কৰিছিল ১০০ ৰ পৰা ১৬০ কোটি।

২০০৭ চনৰ পৰা বৰ্তমানলৈ ১৬ বছৰীয়া ব্যৱধান। চলিত বছৰত ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী অভিনেতা হিচাপে নাম আহিছে ৰজনীকান্তৰ। ১০ আগষ্টত প্ৰেক্ষাগৃহত মুক্তিলাভ কৰিছে ৰজনীকান্তৰ ছবি,’জেইলাৰে।’ মুক্তিৰ ২৩ দিনত জেইলাৰে আয় কৰিছে ৬০০ কোটিৰো অধিক ধন। ‘জেইলাৰ’ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবদ ১০০ কোটি টকা পাৰিশ্ৰমিক লৈছে ৰজনীকান্তই। কিন্তু বক্স অফিচত, ‘জেইলাৰ’ৰ সফলতাৰ পাছত লাভ্যাংশৰ পৰাও আৰু ১১০ কোটি টকা লাভ কৰিছে ৰজনীকান্তই।

‘জেইলাৰ’ ছবিৰ প্ৰযোজক কলানিধি মাৰাণে ছবিখনৰ সাফল্যৰ বাবে ৰজনীকান্তক অভিনন্দন জনাইছে। জেইলাৰ ছবিখন কৰিয়েই ৰজনীকান্তই লাভ কৰিছে ২১০ কোটি টকা। কেৱল অৰ্থই নহয়, ছবিখন কৰি ৰজনীকান্তই লাভ কৰিছে বিলাসবহুল এখন বাহনো। সূত্ৰৰ খবৰ অনুসৰি ৰজনীকান্তৰ ঘৰত একাধিক বিলাসবহুল বাহন আছে। তাৰপিছতো প্ৰযোজকে ৰজনীকান্তক উপহাৰ হিচাপে দিছে বিএমডব্লিও এক্স ৭ মডেলৰ এখন বাহন। ৭ ছেপ্টেম্বৰত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব জেইলাৰে। একেদিনাই প্ৰেক্ষাগৃহত মুক্তিলাভ কৰিব শ্বাহৰুখ খানৰ জাৱানেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
Next Post
ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বাঢ়িব, এইবাৰ দেৱীয়ে আগমন কৰিব লগা বাহন কি?

ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বাঢ়িব, এইবাৰ দেৱীয়ে আগমন কৰিব লগা বাহন কি?

মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.