• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন-সম্পত্তি সকলো আহিবঃ ২০২৪ত এই তিনিটা ৰাশিৰ লোক ধনী হ’বই…

ধন-সম্পত্তি সকলো আহিবঃ ২০২৪ত এই তিনিটা ৰাশিৰ লোক ধনী হ’বই…

2 years ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

52 minutes ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

1 hour ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

3 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

3 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

4 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

4 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

5 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

6 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

6 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

7 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

8 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধন-সম্পত্তি সকলো আহিবঃ ২০২৪ত এই তিনিটা ৰাশিৰ লোক ধনী হ’বই…

জ্যোতিষ শাস্ত্ৰৰ মতে, ২০২৪ত ১২টা ৰাশিৰ ভিতৰত বিশেষ তিনিটা ৰাশিৰ আৰ্থিক দিশটো অতিকৈ সবল হ'ব

editor by editor
December 28, 2023
in বিবিধ
0
ধন-সম্পত্তি সকলো আহিবঃ ২০২৪ত এই তিনিটা ৰাশিৰ লোক ধনী হ’বই…
0
SHARES
40.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ জ্যোতিষ শাস্ত্ৰক আপুনি বিশ্বাস কৰেনে! জ্যোতিষ শাস্ত্ৰৰ মতে, ২০২৪ত ১২টা ৰাশিৰ ভিতৰত বিশেষ তিনিটা ৰাশিৰ আৰ্থিক দিশটো অতিকৈ সবল হব। যি আৰ্থিক অনাটন আছে, সেই অনাটন ২০২৪ত ওৰ পৰিব বুলি জ্যোতিষ শাস্ত্ৰই কৈছে। এই বিশেষ ৰাশি তিনিটা কি কি, জানো আহক-

১.  কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ ২০২৪বৰ্ষটো ৰাজযোগ বৰ্ষ হিচাপে চিহ্নিত হব। আৰ্থিক স্থিতি পূৰ্বতকৈ যথেষ্ট সবল হব। যি কাম কৰিম বুলি স্থিৰ কৰিছে সেই কামত অৱশ্যেই সফলতাপ্ৰাপ্ত হব। এই বৰ্ষটোত গাড়ী আৰু সম্পত্তি ক্ৰয় কৰাৰো যোগ আছে। ধৰ্মীয় কাম-কাজত আগ্ৰহ বাঢ়িব এই ৰাশিৰ জাতক-জাতিকসকলৰ।

২. কন্যা ৰাশিঃ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই বৰ্ষটো ৰাজযোগ হিচাপে বিবেচিত হব। ব্যৱসায়িক পৰিধি বৃদ্ধি পাব। যদিহে ব্যৱসায়িক কোনো কাম পূৰ্বৰে পৰা ৰৈ আছিল, এই বৰ্ষটোত সুচলভাৱে সকলো কাম সম্পন্ন হব। চাকৰি প্ৰত্যাশীসকলৰ বাবেও এই বৰ্ষটো যথেষ্ট শুভ। চাকৰি কৰি থকাসকলৰ বাবেও পদোন্নতি লাভৰ যোগ আছে।

৩. মকৰ ৰাশিঃ কেৰিয়াৰ আৰু ব্যৱসায়িক দিশক এই বৰ্ষটো মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ৰাজযোগ হিচাপে বিবেচিত হব। এই বৰ্ষটোত সমাজত এই ৰাশিৰ জাতক-জাতিকাসকলৰ মান-সন্মান বৃদ্ধি পাব। নতুন লোকৰ সৈতে সম্পৰ্ক হব আৰু এই সম্পৰ্কৰ লাভ পিচৰ পৰ্যায়ত লাভ কৰিব। বহুদিনৰ পৰা পাব লগা ধন লাভ কৰিব। পৰীক্ষাৰ্থীসকলে যদি কোনো পৰীক্ষাত অৱৰ্তীণ হয় সফলতা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক
বিবিধ

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

June 23, 2026
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!
বাণিজ্য

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

June 23, 2026
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
Next Post
মানুহে অসম্ভৱ বুলি ভবা কাম কৰি ভালপোৱা মানুহজন…

মানুহে অসম্ভৱ বুলি ভবা কাম কৰি ভালপোৱা মানুহজন...

স্বামীৰ দ্বিতীয় বিয়াত সুখী মালাইকা! দিলে দামী উপহাৰ…

স্বামীৰ দ্বিতীয় বিয়াত সুখী মালাইকা! দিলে দামী উপহাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.