অসম লাইভ২৪ঃ বাঘ হাজৰিকাৰ অস্তিত্বক লৈ বাৰে বাৰে উত্থাপিত হৈ আছে প্ৰশ্ন৷ অসম বুৰঞ্জীত বাঘ হাজৰিকাৰ কোনো অস্তিত্ব নাই বুলিয়েই বহুবাৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বাঘ হাজৰিকাৰ অস্তিত্বক নাকচ কৰি থকাৰ সময়তে বিধায়ক ৰমাকান্ত দেউৰীয়ে বাঘ হাজৰিকাৰ অস্তিত্বক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেহে মন্তব্য কৰিছে৷
বিধায়ক ৰমাকান্তই কয় যে অসম বুৰঞ্জীত বাঘ হাজৰিকা আছে৷ অৱশ্যে তেওঁৰ ইতিহাস বৰ বিশেষ ৰমাকান্তইয়ো নাজানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ