• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?

শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?

1 year ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

6 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

7 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

8 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

8 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

9 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

9 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

10 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

11 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

12 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

12 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

13 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?

শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?

editor by editor
March 15, 2025
in জীৱনশৈলী
0
শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংগালুৰু বিমানবন্দৰত ১৪.২ কিঃগ্ৰাঃ সোণসহ কান্নাড়া অভিনেত্ৰী ৰান্যা ৰাওৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তেওঁত গ্ৰেপ্তাৰ কৰাৰ পাছতেই বহুতেই জানিব খুজিছে ইমান সোণ ক’ত, কেনেকৈ লুকুৱাই আনিছিল সুন্দৰীয়ে? ১৪কোটি ৫৬ লাখ সোণ সৰবৰাহত যুক্ত এই সুন্দৰীৰ সোণ অনাৰ কৌশল দেখি তবধ মানিছে আৰক্ষীয়েও৷

ডিজিপি কে ৰামচন্দ্ৰ ৰাওৱেই কন্যা ৰান্যাক সোন সৰবৰাহত সহায় কৰিছিল বুলিও অভিযোগ উঠিছে৷ অৱশ্যে ডিজিপি কে ৰামচন্দ্ৰ ৰাওৱে এই তথ্য ভুল বুলি দাবী কৰিছে৷ কন্যাৰ সৈতে এইধৰণৰ কাৰ্যকলাপত তেওঁ যুক্ত নহয় বুলিও জনাই দিছে৷ তদন্তত লাভ কৰা তথ্য অনুসৰি ৰাম্যাই ১৫ দিনত কেইবাবাৰো ডুবাইলৈ গৈছিল৷

এই ঘটনাৰ তদন্তত বুধবাৰে পোহৰলৈ আহিছে আন এক নতুন তথ্য৷ সৰ্বভাৰতীয় সংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি ৰাম্যাই ইউটিউবত শিকিছিল সোণ সৰবৰাহৰ কৌশল৷ সূত্ৰৰ খবৰ যে শৰীৰৰ গোপন অংগত তেওঁ লুকুৱাই আনিছিল সোণ৷ ৰাম্যাই জেৰাত জনাইছে যে ভাৰতত বিদেশী সোণ অনাৰ বাবে ডুবাইত তেওঁ প্ৰথমে ভ্ৰমণৰ টিকট বুক কৰিছিল স্বামীৰ ক্ৰেডিট কাৰ্ডৰ পৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?

লিভ ইনৰ সময়ত প্ৰেয়সীক দিয়া সামগ্ৰী বিচাৰি গৈছিল প্ৰেমিক, প্ৰেয়সীয়ে কৰিলে এই কাণ্ড, প্ৰেমিক এতিয়া হাস্পতালত, জানক ৰুমত কি ঘটিছিল?

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.