• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

46 minutes ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

1 hour ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

2 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

3 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

4 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

5 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

6 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

7 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

8 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

editor by editor
July 7, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?
0
SHARES
971
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ সকলো তাৰকাই এতিয়া অনন্ত ৰাধিকাৰ বিবাহৰ অনুষ্ঠানক হৈ ব্যস্ত৷ বিগত চাৰিমাহ ধৰি চলিছে তেওঁলোকৰ প্ৰাক-বিবাহৰ অনুষ্ঠান৷ জামেনগৰৰ পৰা আৰম্ভ হৈছে প্ৰাক বিবাহৰ অনুষ্ঠান৷ ইটালীত বিলাসী ক্ৰুজতো চলিল প্ৰি-ৱেডিং পাৰ্টী৷ অৱশেষত মুম্বাই চহৰ সাজি উঠিছে ৰাধিকা-অনন্তৰ বিবাহৰ বাবে৷

অনন্ত-ৰাধিকাৰ সংগীত চেৰিমনি ইতিমধ্যেই সম্পন্ন হৈছে৷ এই অনুষ্ঠানত গীত পৰিবেশনৰ বাবে আহিছে আমেৰিকাৰ পপ তাৰকা জাষ্টিন বেইবাৰ৷ আকাশলংঘী পাৰিশ্ৰমিকত ভাৰতত ভৰি দিছে জাষ্টিন বেইবাৰে৷ কেৱল জাষ্টিনেই নহয় বলীউড ছিংগাৰ বাদশ্বাহেও মোটা অংকৰ ধনৰ বিনিময়ত পৰিবেশন কৰিছে সংগীত৷

শুকুৰবাৰে এই সংগীত অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ গায়ক কৰ্ণ আহুজাৰ সৈতে জুঁটি বান্ধি গীত পৰিবেশন কৰিছিল বাদশ্বাহে৷ পাঞ্জাৱী গানেৰে মেহফিল জমি উঠিছিল নীতা আম্বানী বিশেষ চেণ্টাৰত৷

এই অনুষ্ঠানৰ বাবে ৪কোটি টকা পাৰিশ্ৰমিক লৈছে বাদশ্বাহে৷ এই অনুষ্ঠানৰ কিছু দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেলো হৈছে৷ অনুষ্ঠানত বাদশ্বাহেই নহয়, ক্ৰিকেট বিশ্বৰ লগতে বলীউডৰ বহু নামী-দামী তাৰকা উপস্থিত হৈছিল৷

উল্লেখ্য যে আম্বানীৰ সৰু পুত্ৰৰ সংগীতানুষ্ঠানত গীত পৰিবেশন কৰি ৮৩ কোটি টকা পাৰিশ্ৰমিক লৈছে জাষ্টিন বেইবাৰে৷ অনন্তৰ ভনীয়েক ঈশাৰ বিবাহতো গীত পৰিবেশন কৰিছিল জাষ্টিনে৷ সেই সময়ত তেওঁ প্ৰায় ৩৩ কোটি টকা পৰিশ্ৰমিক লৈছিল আম্বানীৰ পৰা৷ আগন্তুৰ ১২ জুলাইত ৰাধিকা-অনন্তৰ বিবাহ অনুষ্ঠানতো থাকিব বহু চাৰপ্ৰাইজ বুলি ধাৰণা কৰিছে এতিয়া নেটনাগৰিকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

March 21, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
Next Post
ইমান নিৰ্দয় নহ’ব, অলপ উদাৰ হওক, চিঠি লিখি যোগী আদিত্যনাথক উদাৰ হ’বলৈ কিয় আহ্বান জনালে ৰাহুল গান্ধীয়ে?

কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ পৃথক মঙল গ্ৰহ? নাছাই দিয়া এই তথ্য জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন