• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মে’ৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত

২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মে’ৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মে’ৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত

২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মেৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত

editor by editor
December 20, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মে’ৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ ২৭ ফেব্ৰুৱাৰী ২০২৫ত মীন ৰাশিত গোচৰ কৰিব বুধে৷ পূৰ্বৰে পৰা মীন ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ এই দুই গ্ৰহই মীন ৰাশিত একেলগে বক্ৰীচলনত গোচৰ কৰিব৷ ৬ মে পৰ্যন্ত মীন ৰাশিত একত্ৰ অৱস্থাত থাকিব বুধ আৰু শুক্ৰ৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা ৬মে পৰ্যন্ত এই সময়ত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ৭মেত মীন এৰি মেষ ৰাশিত যাব বুধ আৰু ৩১ মেত শুক্ৰও মেষ ৰাশিত প্ৰৱেশ কৰিব৷ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত ফেব্ৰুৱাৰীৰ পৰা মে পৰ্যন্ত এই সময় বিশেষভাৱে শুভ হ’ব ৫ৰাশিৰ জাতকৰ বাবে৷ জানি থওক এই সময়ত মা লক্ষ্মীৰ আগনম ঘটিব কোন কোন ৰাশিৰ জাতকৰ ঘৰত৷

মিথুন ৰাশি

২০২৫ চনত লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ নতুন বছৰত আপোনাৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব৷ কিছু ছাৰপ্ৰাইজ পাব পাৰে৷ এই বছৰ যি কাম চেষ্টা কৰিও সম্পূৰ্ণ কৰিব পৰা নাই নতুন বছৰত সাফল্যৰে সৈতে সম্পন্ন কৰিব পাৰিব৷ নিজৰ ঘৰ কিনাৰ সপোন পূৰণ হ’ব পাৰে৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷

কৰ্কট ৰাশি

নতুন বছৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৫ত আপোনাৰ সংসাৰত সুখ, শান্তি আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব৷ সকলো কামতেই সৌভাগ্যক কাষত পাব আপুনি৷ ব্যক্তিগত আৰু পেছাগত জীৱনৰ সকলো সমস্যা দূৰ হ’ব৷ নতুন বছৰত নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ এই সময়ৰ মাজত বন্ধু আৰু পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি

লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত ২০২৫ত মনৰ সকলো ইচ্ছা পূৰণ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ন পাব৷ নতুন ঘৰ বা বাহন কিনিব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ মা লক্ষ্মীৰ আশীৰ্বাদত এই সময়ত পাবলগীয়া ধন লাভ কৰিব আপুনি৷ স্বাস্থ্য ভালে থাকিব আৰু সকলো কামতেই এনাৰ্জি পাব৷

বৃশ্চিক ৰাশি

২০২৫ চনত লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ বেংক বেলেন্স বাঢ়িব৷ ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীক হৰুৱাই বৃহৎ সাফল্য লাভ কৰিব৷ আপোনাৰ ক্ৰিয়েটিভ আইডিয়াই আপোনাক আগুৱাই যোৱাত সহায় কৰিব৷ অফিচত বছ আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজায় ৰাখিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

মীন ৰাশি

নতুন বছৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ৰ প্ৰতি এই সময়ত আগ্ৰহ বাঢ়িব আপোনাৰ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো তীৰ্থস্থানলৈ যাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ অফিচত আপোনাৰ পৰিস্থিতি মজবুত হ’ব৷ চৰকাৰী কোনো প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে আপুনি৷ চৰকাৰী চাকৰি পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা চলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?

লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?

মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.