নতুন বছৰৰ ২৭ ফেব্ৰুৱাৰী ২০২৫ত মীন ৰাশিত গোচৰ কৰিব বুধে৷ পূৰ্বৰে পৰা মীন ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ এই দুই গ্ৰহই মীন ৰাশিত একেলগে বক্ৰীচলনত গোচৰ কৰিব৷ ৬ মে পৰ্যন্ত মীন ৰাশিত একত্ৰ অৱস্থাত থাকিব বুধ আৰু শুক্ৰ৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা ৬মে পৰ্যন্ত এই সময়ত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ৭মেত মীন এৰি মেষ ৰাশিত যাব বুধ আৰু ৩১ মেত শুক্ৰও মেষ ৰাশিত প্ৰৱেশ কৰিব৷ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত ফেব্ৰুৱাৰীৰ পৰা মে পৰ্যন্ত এই সময় বিশেষভাৱে শুভ হ’ব ৫ৰাশিৰ জাতকৰ বাবে৷ জানি থওক এই সময়ত মা লক্ষ্মীৰ আগনম ঘটিব কোন কোন ৰাশিৰ জাতকৰ ঘৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ