• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাঙিব মঙল-কেতুৰ অশুভ যুঁটি! দীপাৱলীত লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ ৰাশিৰ ঘৰত

ভাঙিব মঙল-কেতুৰ অশুভ যুঁটি! দীপাৱলীত লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ ৰাশিৰ ঘৰত

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

13 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

14 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

15 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

16 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

16 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

17 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

18 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

18 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

19 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

19 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাঙিব মঙল-কেতুৰ অশুভ যুঁটি! দীপাৱলীত লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ ৰাশিৰ ঘৰত

editor by editor
November 1, 2023
in জীৱনশৈলী, ভাৰত
0
ভাঙিব মঙল-কেতুৰ অশুভ যুঁটি! দীপাৱলীত লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ ৰাশিৰ ঘৰত
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১২ নৱেম্বৰত পালিত হ’ব কালীপূজা আৰু দীপাৱলী। তাৰ পূৰ্বে ৩০ অক্টোবৰত স্থান পৰিবৰ্তন কৰিছে কেতুৱে। তুলা ৰাশি ত্যাগ কৰি বক্ৰী গতিত কন্যা ৰাশিত প্ৰৱেশ কৰিছে ছায়াগ্ৰহে। কেতুৰ গোচৰৰ পূৰ্বে তুলা ৰাশিত একত্ৰ অৱস্থান কৰিছিল মঙল আৰু কেতুৱে। জ্যোতিষ অনুসৰি এই দুই গ্ৰহৰ যুঁটিত অশুভ যোগ তৈয়াৰ হৈছিল। কেতুৰ গোচৰৰ ফলত এই অশুঙ যোগ ভাঙি গৈছে। এইবাৰ দীপাৱলীত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব ৫ ৰাশিৰ জাতকে। দীপাৱলীত লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব কেইটামান ৰাশিৰ।

মেষ ৰাশি
দীপাৱলীত লক্ষ্মীৰ দয়া লাভ কৰিব মেষ ৰাশিৰ জাতকে। কেৰিয়াৰত উন্নতিৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত। লক্ষ্মীৰ কৃপাত আৰ্থিকভাৱে লাভৱান হ’ব মেষ ৰাশিৰ জাতক। প্লেন কৰাৰ বিনিয়োগ কৰিলে প্ৰচুৰ লাভৰ সম্ভাৱনা আছে। আপোনাৰ কথা কোৱাৰ ধৰণে বহুতৰে মন কাঢ়িব।

বৃষ ৰাশি
কেতু আৰু মঙলৰ অশুভ যুঁটি ভাঙি যোৱাত জীৱনলৈ সুখ আহিব। বহু দিন ধৰি ৰৈ থকা কোনো কাম সম্পন্ন হ’ব। বহু দিন ধৰি ৰৈ থকা কোনো কাম সম্পন্ন হ’ব। আয়ৰ পৰিমান বৃদ্ধি হ’ব। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পৰিশ্ৰমৰ সাফল্য পাব। কৰ্মক্ষেত্ৰত কাংক্ষিত সাফল্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে।

মিথুন ৰাশি
দীপাৱলীত মিথুন ৰাশিৰ জাতকৰ ঘৰত প্ৰৱেশ কৰিব মা লক্ষ্মীয়ে। ইয়াৰ ফলত এওঁলোকৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব। সঞ্চয়ো এই সময়ত কৰিব পাৰিব। মিথুন ৰাশিৰ জাতকৰ এই সময়ত হাতলৈ ধন আহিব।

তুলা ৰাশি
মঙল-কেতুৰ অশুভ যুঁটি কাটি যোৱাৰ ফলত কালীপুজাৰ পূৰ্বে জীৱনলৈ বহু সালসলনি আহিব তুলা ৰাশিৰ জাতকৰ। এই সময়ত কেৰিয়াৰত নতুনকৈ সাফল্য আহিব। কোনো ডাঙৰ কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱো লাভ কৰিব। স্বাস্থ্যজনিত কিছু অসুবিধা থাকিব। তুলা ৰাশিৰ জাতকে নিজৰ শৰীৰৰ প্ৰতি আৰু বেছি যত্নশীল হ’ব।

বৃশ্চিক ৰাশি
এই দীপাৱলীত মা লক্ষ্মীৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব। পেছাগত জীৱনত দুৰ্দান্ত সুযোগ আহিব। কোনো বিশেষ কাৰণত খৰচ বাঢ়িব পাৰে। আৰ্থিকভাৱে এই সময়ত যথেষ্ট লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতকসকল। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশে বিৰাজ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
সন্তানক লৈ মন বেয়া, প্ৰেমিকৰ টানত পাকিস্তানলৈ গৈছিল যদিও আকৌ ৰাজস্থানলৈ উভতিছে অঞ্জু

সন্তানক লৈ মন বেয়া, প্ৰেমিকৰ টানত পাকিস্তানলৈ গৈছিল যদিও আকৌ ৰাজস্থানলৈ উভতিছে অঞ্জু

ছবিখনৰ কাহিনীৰ বাবেই ছবিখন চাবলৈ আহক! হাতযোৰ কৰিলেও দৰ্শক নাযায়, প্ৰায়সমূহ প্ৰেক্ষাগৃহতেই বাতিল হ’ল এই চিনেমা

ছবিখনৰ কাহিনীৰ বাবেই ছবিখন চাবলৈ আহক! হাতযোৰ কৰিলেও দৰ্শক নাযায়, প্ৰায়সমূহ প্ৰেক্ষাগৃহতেই বাতিল হ’ল এই চিনেমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.