• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

5 months ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

27 minutes ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

1 hour ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

1 hour ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

2 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

11 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

12 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

12 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

12 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

12 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

13 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

13 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
November 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাতি পূৰ্ণিমা বা ৰাস পূৰ্ণিমা হিন্দুধৰ্ম আৰু বৈষ্ণৱ ধৰ্মত অত্যন্ত উল্লেখযোগ্য এটা তিথি৷ ধাৰণা কৰা হয় এই দিনত ত্ৰিপুৰাসুৰক বধ কৰিছিল মহাদেৱে৷ সেই কাৰণেই দেৱতাসকলে এই দিনটোত দেৱ দীপাৱলিও পালন কৰাৰ ৰীতি প্ৰচলিত আছে৷ আকৌ এই দিনটোত বিষ্ণুৱে মৎস্য অৱতাৰ ধাৰণ কৰিছিল৷ শ্ৰীকৃষ্ণ ৰাধা আৰু অন্যান্য গোপিনীসকলৰ সৈতে কাতি পূৰ্ণিমাতেই ৰাসলীলা পালন কৰিছিল বুলি কথিত আছে৷ কাতি পূৰ্ণিমাতেই জন্মগ্ৰহণ কৰিছিল গুৰু নানকে৷ সেই কাৰণেই কাতি পূৰ্ণিমা তিথি গুৰু নানক জয়ন্তী হিচাপে পালিত হয়৷

এই বছৰ কাতি পূৰ্ণিমাত চন্দ্ৰই মেষ ৰাশিত গোচৰ কৰিছে৷ আকৌ সূৰ্য এই সময়ত আছে তুলা ৰাশিত৷ সিদ্ধি যোগ, ধন যোগ আৰু ব্যাতিপত যোগসহ আজি কেইবাটাও শুভ যোগ আছে৷ জানি থওক এইসমূহ শুভ যোগৰ প্ৰভাৱত কাতি পূৰ্ণিমাৰ পৰা ২০২৬ চন আৰম্ভ হোৱা পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত থাকিব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

কাতি পূৰ্ণিমাৰ শুভ যোগৰ প্ৰভাৱত পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ ভাড়া ঘৰৰ পৰা নিজৰ ঘৰ নিৰ্মাণৰ সপোন সফল হব৷ জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি পাব আৰু সম্পদ লাভৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ জীৱনত অহা সকলো সমস্যা দূৰ হব৷ এই সময়ত ব্যক্তিগত আৰু পেছাগত জীৱনত ডাঙৰ সাফল্য লাভ কৰিব আপুনি৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হব বৃষ ৰাশিৰ জাতকৰ৷ যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য পাব পাৰে৷ পৰিয়ালত এই সময়ত সুখৰ পৰিবেশ থাকিব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷

সিংহ ৰাশি

কাতি পূৰ্ণিমাৰ শুভ যোগত জীৱন সলনি হব পাৰে সিংহ ৰাশিৰ জাতকৰয়, এই সময়ত আপুনি নতুন বাহন বা মাটি কিনিব পাৰে৷ মনৰ কোনো অপূৰ্ণ ইচ্ছা এইবাৰ পূৰণ হব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ডাঙৰ ৰিটাৰ্ণ পাব সিংহ ৰাশিৰ জাতকে৷ ব্যৱসায়ত ডাঙৰ কোনো চুক্তি চহী কৰিব পাৰে৷ ইয়াৰোপৰি পৰিয়ালৰ সকলো দায় দায়িত্ব পালন কৰিব পাৰিব৷

কন্যা ৰাশি

কাতি পূৰ্ণিমাৰ শুভ যোগত ২০২৫ৰ শেষ দুমাহ ভালকৈ কটাব কন্যা ৰাশিৰ জাতকৰ৷ এই সময়ত অতিৰিক্ত টকা উপাৰ্জন কৰাৰ সুযোগ পাব৷ নতুন ঘৰ আৰু গাড়ী ক্ৰয়ৰ ইচ্ছা পূৰণ হব পাৰে৷ যিসকল চাকৰিয়ালে তেওঁলোকে কৰ্মক্ষেত্ৰত উন্নতি কৰাৰ সুযোগ পাব৷ সন্তানৰ ভৱিষ্যতক লৈ কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে কন্যা ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাতি পূৰ্ণিমাৰ একাধিক শুভ যোগত জীৱনত উল্লেখযোগ্য পৰিবৰ্তন আহিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ অফিচত আপোনাৰ পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ সহকৰ্মী আৰু অফিচাৰসকলৰ সমৰ্থন আপোনাৰ প্ৰতি থাকিব৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব তুলা ৰাশিৰ জাতকৰ৷ সংসাৰত সুখ শান্তি বৰ্তি থাকিব৷ ব্যয়তকৈ আয় বাঢ়িব৷ ফলত বেংক বেলেন্স বঢ়াব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!
বাণিজ্য

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

March 24, 2026
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!
জীৱনশৈলী

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

March 24, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

March 24, 2026
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

March 24, 2026
Next Post
কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

কিডনিৰ সমস্যা প্ৰাথমিক পৰ্যায়ত বুজিব নোৱাৰি, এইক্ষেত্ৰত ৫লক্ষণে দেখা দিলে সতৰ্ক হওক

সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.