• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ্দ্ৰা নক্ষত্ৰলৈ আহিব সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে

আৰ্দ্ৰা নক্ষত্ৰলৈ আহিব সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে

10 months ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

12 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰ্দ্ৰা নক্ষত্ৰলৈ আহিব সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে

আৰ্দ্ৰা নক্ষত্ৰলৈ আহিছে সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে

editor by editor
June 10, 2025
in জীৱনশৈলী
0
আৰ্দ্ৰা নক্ষত্ৰলৈ আহিব সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২২ জুনৰ পুৱা ৬ বাজি ১৯ মিনিটত সূৰ্যই আৰ্দ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ৬ জুলাইৰ পুৱা ৫ বাজি ৪৭মিনিটত সূৰ্যই আৰ্দ্ৰা নক্ষত্ৰ ত্যাগ কৰি পুনৰ্বাসু নক্ষত্ৰত গোচৰ কৰিব৷ আৰ্দ্ৰা নক্ষত্ৰ পানীৰ সৈতে সম্পৰ্কযুক্ত৷ সেয়ে সূৰ্য আৰ্দ্ৰালৈ আহিলে দেশত বৰ্ষা আহে৷ আৰ্দ্ৰা নক্ষত্ৰত সূৰ্যৰ অৱস্থানকালৰ প্ৰথম পৰ্যায় চলিব ২২ জুনৰ পৰা ২৫ জুন পৰ্যন্ত৷ বৈদিক শাস্ত্ৰত এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ ধাৰণা কৰা হয় এই সময়তেই মাতা ধৰিত্ৰী ঋতুমতী হয়৷ সেই কাৰণতেই এই সময়ত মাটি খন্দা নহয়৷ আমাৰ ৰাজ্যৰ কামাখ্যা মন্দিৰত এই সময়তেই অম্বুবাচী মেলা অনুষ্ঠিত হয়৷ এই সময়ত সূৰ্যই মিথুন ৰাশিত অৱস্থান কৰে৷ উল্লেখযোগ্যভাৱে ১২ বছৰৰ পাছত এই একেই সময়তে বৃহস্পতিও মিথুন ৰাশিলৈ আহিব৷ ইয়াৰ ফলত সূৰ্যৰ আৰ্দ্ৰা নক্ষত্ৰত থকাৰ সময়তেই গঠিত হ’ব গুৰুআদিত্য যোগ৷ জানি থওক এই সময়ত সৌভাগ্যৰ শিখৰত থাকিব কোন কোন ৰাশিৰ জাতক৷

মেষ ৰাশি

সূৰ্যই আৰ্দ্ৰা নক্ষত্ৰত গোচৰ কৰিলে সাহস আৰু আত্মবিশ্বাস বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ আপোনাৰ বাকপটুতা আৰু সৃজনশীলতাই নতুন প্ৰাণ পাব৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক ভাল হব৷ গুৰুআদিত্য যোগৰ প্ৰভাৱত চিন্তাভাৱনা কৰাৰ ক্ষমতা বাঢ়িব৷ নিগেটিভ চিন্তা দূৰ কৰি পজিটিভ চিন্তা কৰিব পাৰিব৷ নতুন কিছু শিকাৰ ইচ্ছা জাগ্ৰত হব৷

বৃষ ৰাশি

আৰ্দ্ৰা নক্ষত্ৰত সূৰ্যৰ গোচৰৰ প্ৰভাৱত আৰ্থিকভাৱে লাভৱান হব বৃষ ৰাশিৰ জাতক৷ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব৷ এই সময়ত আত্মবিশ্বাসেৰে তুংগত থাকিব বৃষ ৰাশিৰ জাতক৷ পূৰ্বতকৈ ভালধৰণে সিদ্ধান্ত লব পাৰিব আপুনি৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷

সিংহ ৰাশি

আৰ্দ্ৰা নক্ষত্ৰত সূৰ্যৰ গোচৰ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি যি সিদ্ধান্ত লব তাৰ পৰা আপুনি ভৱিষ্যতে লাভ পাব৷ কৰ্মক্ষেত্ৰত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ব্যৱসায়ী আৰু চাকৰিজীৱীয়ে বৃহৎ সাফল্য পাব পাৰে৷ এই সময়ত চকু বন্ধ কৰি কাকো ভৰসা নকৰাই ভাল৷ ৰাখিব নোৱৰা প্ৰতিশ্ৰুতি কাকো নিদিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই পৰিস্থিতিত কৰ্মক্ষেত্ৰত নিজৰ প্ৰভাৱ প্ৰতিপত্তি আৰু বঢ়োৱাত সফল হব কন্যা ৰাশিৰ জাতক৷ নিজৰ বুদ্ধি কামত লগাই এই সময়ত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰিব৷ আপোনাৰ কথা কোৱাৰ ভংগীয়ে সকলোৰে মন কাঢ়িব৷ অৰ্থ বিনিয়োগ কৰিলে তাৰ পৰা লাভজনক ফল পাব কন্যা ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্যই৷ সন্তানৰ সৈতে খুব সুন্দৰ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ ইয়াৰোপৰি এই সময়ত সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা মুঠ মুনাফা অৰ্জন কৰিব কুম্ভ ৰাশিৰ জাতকে৷ প্ৰতিদিনে ওম নমঃ বাসুদেৱায় মন্ত্ৰ জপ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা
জীৱনশৈলী

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য
জীৱনশৈলী

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

April 14, 2026
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?
জীৱনশৈলী

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

April 14, 2026
Next Post
মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম

মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.