• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত জন্মাষ্টমী, শেষ হ’ব শাওন, চকুত লগা সাফল্য এই ৫ ৰাশিৰ

আগন্তুক সপ্তাহত জন্মাষ্টমী, শেষ হ’ব শাওন, চকুত লগা সাফল্য এই ৫ ৰাশিৰ

1 year ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

14 minutes ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

31 minutes ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

1 hour ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

2 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

3 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

4 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

4 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

5 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

6 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

7 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

8 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত জন্মাষ্টমী, শেষ হ’ব শাওন, চকুত লগা সাফল্য এই ৫ ৰাশিৰ

আগন্তুক সপ্তাহত জন্মাষ্টমী, শেষ হ’ব শাওন, চকুত লগা সাফল্য এই ৫ ৰাশিৰ

editor by editor
August 9, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
আগন্তুক সপ্তাহত জন্মাষ্টমী, শেষ হ’ব শাওন, চকুত লগা সাফল্য এই ৫ ৰাশিৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া নতুন সপ্তাহত থাকিব আদিত্য যোগৰ প্ৰভাৱ৷ আগষ্টৰ দ্বিতীয় সপ্তাহত সিংহ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ সিংহ হৈছে সূৰ্যৰ নিজৰ ৰাশি৷ স্বৰাশিত গোচৰ কৰাত এই সময়ত সূৰ্যৰ প্ৰভাৱ আৰু বাঢ়িব৷ সিংহ ৰাশিত সূৰ্যৰ অৱস্থানৰ ফলত গঠিত হব আদিত্য যোগ৷ বৈদিক জ্যোতিষত আদিত্য যোগক ৰাজযোগৰ সমান ক্ষমতাশালী বুলি কোৱা হৈছে৷ এই যোগৰ প্ৰভাৱত জাতকে শ্ৰদ্ধা, সন্মান, অৰ্থ, সম্পদ আৰু প্ৰতিপত্তি লাভ কৰিব৷ এই শুভ যোগে জাতকক বৃহৎ সাফল্য অৰ্জন কৰাত সহায় কৰিব৷ জানি থওক ১১ আগষ্টৰ পৰা ১৭ আগষ্টৰ মাজত আদিত্য যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

আগষ্টৰ এই সপ্তাহত শুভ হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহৰ আৰম্ভণিতে আপুনি যি কামত হাত দিয়ে তাতেই সাফল্য লাভ কৰিব৷ কৰ্মক্ষেত্ৰত বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ কামৰ সূত্ৰে ভ্ৰমণ কৰিব পাৰে৷ পৰিয়ালৰ সকলোৰে সমৰ্থন আপুনি লাভ কৰিব৷

মিথুন ৰাশি

আগন্তুক সপ্তাহত সাফল্য পাব মিথুন ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ সন্মুখত সৌভাগ্যৰ দুৱাৰ খুলিব৷ নতুন চাকৰি লাভ কৰিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ আলস্য ত্যাগ কৰিব, বৃহৎ সাফল্য অৰ্জন কৰিব পাৰে৷ অফিচত কামৰ চাপ বাঢ়িব৷ সকলো কাম আপুনি সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব৷

সিংহ ৰাশি

১১ আগষ্টৰ পৰা আৰম্ভ হোৱা সপ্তাহত বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ ইয়াৰোপৰি এই সময়ত আপোনাৰ মনত আনন্দ থাকিব৷ সম্পত্তি বিষয়ত আপোনাৰ মনৰ ইচ্ছা পূৰণ হব পাৰে৷ বিলাসবহুল দ্ৰব্য ক্ৰয় কৰাত আপোনাৰ খৰচ বাঢ়িব৷ চাকৰিয়ালে অফিচত উন্নতি কৰিব পাৰে৷ আয়ৰ বঢ়াৰ যোগ আছে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে আগন্তুক সপ্তাহত জীৱনত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ সপ্তাহৰ আৰম্ভণিতে আপুনি কোনো সুখবৰ পাব পাৰে৷ চাকৰিয়ালে বিশেষ সাফল্য লাভ কৰাৰ সুযোগ পাব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ ঘৰৰ কোনো সদস্যই বিশেষ সাফল্য লাভৰ যোগ আছে৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷

মকৰ ৰাশি

আগষ্টৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে ভাল দিন আৰম্ভ হব মকৰ ৰাশিৰ জাতকৰ৷ শুভাকাংক্ষীসকলৰ পৰা বিশেষ সাহায্য পাব পাৰে৷ এই সপ্তাহত আপোনাৰ ঘৰত বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰে আপোনাক সকলো ধৰণে সহায় কৰিব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
Next Post
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.