• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্ঘটনাত পতিত অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা, নিজেই সদৰি কৰিলে দুৰ্ঘটনাৰ খবৰ

দুৰ্ঘটনাত পতিত অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা, নিজেই সদৰি কৰিলে দুৰ্ঘটনাৰ খবৰ

2 years ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

22 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

46 minutes ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

1 hour ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

2 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

5 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দুৰ্ঘটনাত পতিত অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা, নিজেই সদৰি কৰিলে দুৰ্ঘটনাৰ খবৰ

editor by editor
September 10, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
দুৰ্ঘটনাত পতিত অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা, নিজেই সদৰি কৰিলে দুৰ্ঘটনাৰ খবৰ
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্ঘটনাত পতিত অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা, নিজেই সদৰি কৰিলে দুৰ্ঘটনাৰ খবৰ

দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না এক দুৰ্ঘটনাত পতিত। ৰশ্মিকাই নিজেই এই তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সকলোৱে স্তম্ভিত হৈ পৰে। ক’ত কিদৰে দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰীগৰাকী সেইবিষয়ে জানিবৰ বাবে উৎসুক হৈ পৰে সকলোৱে।

আচলতে ৰশ্মিকা মণ্ডন্নাই নিজেই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্টটো দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰে। অভিনেত্ৰীগৰাকীক লৈ সকলোৱে চিন্তিত হ’বলৈ ধৰিলে। এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে। য’ত কেপচনত লিখা আছে, কেনে আছা?

ৰশ্মিকাই আৰু লিখিছে যে যোৱা মাহত মই ছ’চিয়েল মিডিয়াত বৰ বেছি সক্ৰিয় নাছিলোঁ। ইয়াৰ কাৰণ হ’ল মোৰ এটা সৰু দুৰ্ঘটনা। মই ভালেই আছো আৰু ঘৰতে জিৰণি লৈছো। ডাক্তৰে মোক ঘৰতে জিৰণি ল’বলৈ কৈছিল। মই এতিয়া ভাল হৈছো আৰু সুস্থ হ’বলৈ মোৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিছো।

সদায় নিজৰ যত্ন লোৱাক অগ্ৰাধিকাৰ দিয়ক। জীৱনটো অতি ভংগুৰ আৰু চুটি। কাইলৈ​হ’ব নে নাই আমি নাজানো, গতিকে আপোনাৰ সুখৰ বাবে প্ৰতিটো দিন বাছি লওক , বুলি লিখি পোষ্টো শ্বেয়াৰ কৰে।

এই পোষ্ট শ্বেয়াৰ কৰাৰ পাছতে বহু অনুৰাগীয়ে শংকা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকী সন্দৰ্ভত। বহুতেই আশু আৰোগ্য কামনা কৰিছে। অৱশ্যে বৰ্তমানে পূৰ্বতকৈ বহু সুস্থ বুলি ৰশ্মিকাই নিজেই সদৰি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBollywoodbollywood actressRashmika Mandannaroad accidentSouth actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
Next Post
আজি ললিতা সপ্তমীত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বে ভাগ্য সলনি হ’ব ৫ৰাশিৰ লোকৰ

আজি ললিতা সপ্তমীত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বে ভাগ্য সলনি হ’ব ৫ৰাশিৰ লোকৰ

বাহুবলী কন্যা, অ’টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ’ ভাইৰেল

বাহুবলী কন্যা, অ'টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ' ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.