• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাহুবলী কন্যা, অ’টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ’ ভাইৰেল

বাহুবলী কন্যা, অ’টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ’ ভাইৰেল

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

58 minutes ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

1 hour ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

2 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

3 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

4 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

4 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

5 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

5 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

6 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

6 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাহুবলী কন্যা, অ’টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ’ ভাইৰেল

editor by editor
September 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
বাহুবলী কন্যা, অ’টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ’ ভাইৰেল
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহুবলী কন্যা, অ’টোৰ তলত সোমাই পৰা মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে বাহনখন, ভিডিঅ’ ভাইৰেল

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। যি ভিডিঅ’ দেখি সহশ্ৰ জনে এটাই কথা কৈছে বাহুবলী কন্যা । মাতৃক উদ্ধাৰৰ বাবে অকলেই দাঙি দিলে অ’টো। যি ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত বহুজনে চাইছে, ভাইৰেল হৈ পৰিছে সকলোতে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এই দুৰ্ঘটনা সংঘটিত হৈছে কৰ্নাটকৰ মাংগালুৰুত। পথ পাৰ হোৱাৰ সময়ত খৰখেদা কৰাৰ বাবে প্ৰায়ে দুৰ্ঘটনাৰ বলি হয় মানুহ। এনে ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ পায়, যিটো দেখি কেতিয়াবা হৃদয় কঁপি উঠে ভয়ত। এই দুৰ্ঘটনাটোও তেনেই এক ঘটনা।

শেহতীয়াকৈ এনে এটা অটো ৰিক্সা দুৰ্ঘটনাৰ ভিডিঅ’ই ইণ্টাৰনেটত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে, য’ত এগৰাকী মহিলাক দৌৰি গৈ ৰাস্তা পাৰ হোৱা দেখা গৈছে, কিন্তু মহিলাগৰাকীক বচাবলৈ চেষ্টা কৰি পথৰ দাঁতিত বাগৰি পৰে অটোৰিক্সাখন। তাকো মহিলাগৰাকীৰ ওপৰতেই বাগৰি পৰে অটোখন।

https://x.com/Sivaraj_Twitz/status/1833041318190182522

পাছে তাৰ পাছৰ ঘটনাইহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই ভিডিঅ’টোৰ আঁৰত এগৰাকী স্কুলীয়া ছাত্ৰী। সেই মাতৃগৰাকীৰ কন্যা। যিয়ে মাকক অটো খনৰ তলত পৰা দেখা মাত্ৰেই অন্য লোকে কিবা তত ধৰিব পৰাৰ আগতেই নিজেই দৌৰি গৈ অকলেই অটো খন দাঙি মাকক উদ্ধাৰ কৰে।

যি দৃশ্য দেখিয়ে কন্যাৰ সাহসক সকলোৱে চেলুট দিছে। বাহুবলী তথা ছুপাৰমেন আখ্যা দিছে ছোৱালীজনীয়ে ৰিক্সাখন তুলি ধৰা কাৰ্যৰ বাবে। বহুলোকেই কৈছে তেনে একোগৰাকী ছোৱালী সকলোৰে হওক বুলি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: karnatakaMangaloreSocial Media Viral Video Social mediaVideoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
নিতৌ পুৱা খালী পেটত খাওক কল, দেখক পাৰ্থক্য, বয়সতকৈ ২০ বছৰ সৰু অনুভৱ কৰক

নিতৌ পুৱা খালী পেটত খাওক কল, দেখক পাৰ্থক্য, বয়সতকৈ ২০ বছৰ সৰু অনুভৱ কৰক

‘নৰেন্দ্ৰ মোদী জীক মই বেয়া নাপাও, কেৱল’- ৰাহুল গান্ধীৰ বিশেষ মন্তব্য

'নৰেন্দ্ৰ মোদী জীক মই বেয়া নাপাও, কেৱল'- ৰাহুল গান্ধীৰ বিশেষ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.