• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

5 months ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

6 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

6 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

7 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

7 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

8 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

8 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

10 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

11 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

11 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

12 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

editor by editor
May 31, 2026
in অসম, বাণিজ্য, বিবিধ, লেখা
0
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!
0
SHARES
856
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্ততে কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড। যদি আপুনিও এই নিৰ্দেশনা নামানে, তেন্তে বিপদত পৰিব আপুনি! অসমৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে জানক এই আপডেট।

কিছুদিন পূৰ্বে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS) ৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে জুন ২০২৬ মাহৰ পৰা অনিৰ্দিষ্টকাললৈ দাইল, চেনি আৰু নিমখ লাভ নকৰিব। ১ জুনৰ পৰা হিতাধিকাৰীৰ বাবে বন্ধ থাকিব এই ৩বিধ সামগ্ৰীৰ যোগান।  চৰকাৰৰ পূৰ্বৰ বাজেট অনুসৰি কেৱল মে’ মাহলৈকেহে এই সামগ্ৰীসমূহৰ বাবে অনুদান আছিল। ৰাজ্য চৰকাৰে নতুন বাজেট দাখিল নকৰা পৰ্যন্ত হিতাধিকাৰীসকলে এই অতিৰিক্ত সামগ্ৰীসমূহ লাভ নকৰে। ৰাজ্য চৰকাৰে চাউলৰ লগতে এই তিনিবিধ সামগ্ৰী প্ৰদানৰ কথা পূৰ্বে ঘোষণা কৰিছিল। এতিয়া আহিছে আন এক ডাঙৰ আপডেট।

এতিয়া আপোনাৰ এটা ভুলে আপোনাৰ দুটা কাম নকৰিলে আপুনি হেৰুৱাব পাৰে ৰেচনৰ সুবিধা। সেয়ে আপোনাৰ কাষৰ সুলভ মূল্যৰ দোকানলৈ গৈ আজিয়েই কৰক দুটা কাম। এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে eKYC বাধ্যতামূলক। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিয়ম অনুসৰি বৰ্তমান বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে eKYC (Electronic Know Your Customer) প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে‌। পৰিয়ালৰ আধাৰ কাৰ্ড লগত লৈ সম্পন্ন কৰক eKYC, প্ৰৱঞ্চনা ৰোধ কৰিবলৈ, যোগ্য হিতাধিকাৰীক চিনাক্ত কৰিবলৈ আৰু পোনপটীয়াভাৱে সুবিধা প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সুলভ মূল্যৰ দোকানলৈ গৈ ePoS মেচিনৰ জৰিয়তে কৰক এই কাম কৰিব লাগিব। eKYC পুনৰীক্ষণৰ বাবে দোকানীৰ লগত আজিয়েই কৰক যোগাযোগ। খাদ্য, ৰাজহুৱা বিতৰণ আৰু যোগান পৰিক্ৰমা বিভাগে জাননী জাৰি কৰিছে। সেয়ে এই কাম নকৰিলে কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
Next Post
মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি 'চুপা চুপি'ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.