• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

4 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

3 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

4 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

5 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

7 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

7 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

8 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

8 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

9 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

9 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

editor by editor
June 8, 2022
in বাণিজ্য, ভাৰত
0
জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকে বুধবাৰে অৰ্থাৎ ৮ জুন, ২০২২ তাৰিখে বেঞ্চমাৰ্ক পলিচি ৰেট ৰেপো হাৰ ৫০ বেছিছ পইণ্ট অৰ্থাৎ ০.৫% বৃদ্ধি কৰে। ইয়াৰ ফলত এতিয়াৰে ৰেপো ৰেট ৪.৯০% লৈ বৃদ্ধি পাইছে।

দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি পৰীক্ষা কৰিবলৈ আৰবিআইয়ে অৰ্থনীতিত ঋণৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাৰ নীতি ৰেপ’ ৰেট ৫০ পইণ্ট বৃদ্ধি কৰাৰ লগে লগে বেংকৰ পৰা ঋণ লোৱাটো অধিক ব্যয়বহুল হৈ পৰিব। ইয়াৰ কুফল মধ্যবিত্ত আৰু নিম্ন বিত্তই ভুগিব বুলি ধাৰণা কৰা হৈছে৷

মুদ্ৰাস্ফীতি সন্দৰ্ভত কি ক’লে আৰ বি আইৰ গৱৰ্ণৰে?

চলিত বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৬.৭ শতাংশলৈ বৃদ্ধি কৰে ৰিজাৰ্ভ বেংকে। ইয়াৰ পূৰ্বে মুদ্ৰাস্ফীতি ৫.৭ শতাংশ বুলি অনুমান কৰা হৈছিল।

লগতে পঢ়ক তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

গৱৰ্ণৰ শক্তিকান্ত দাসে সংবাদ মাধ্যমত কয় যে আৰবিআইয়ে মুদ্ৰাস্ফীতি নিজৰ লক্ষ্য পৰিসৰৰ ভিতৰত আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ আশংকা এতিয়াও আছে। শেহতীয়াকৈ টমেটো আৰু খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ বাবে মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা ত্ৰৈমাসিকত মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰত থাকিব বুলি আশা কৰা হৈছে। কিন্তু চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাই মুদ্ৰাস্ফীতি হ্ৰাস কৰিব।

লগতে পঢ়ক স্বাস্থ্যজনিত সমস্যা! EDৰ চমনক উপেক্ষা কৰিব নেকি ছোনিয়া গান্ধীয়ে?

জিডিপি বৃদ্ধিৰ পূৰ্বাভাস ৭.২%

চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ৰ অৰ্থনৈতিক বৃদ্ধিৰ পূৰ্বাভাস ৭.২ শতাংশ নিৰ্ধাৰণ কৰিছে আৰবিআইএ। গৱৰ্ণৰ শক্তিকান্ত দাসে সংবাদমেলত কয় যে বিশ্বৰ দেশসমূহৰ অৰ্থনৈতিক ব্যৱস্থা দুৰ্বল হৈ থকাৰ পিছতো ভাৰতীয় অৰ্থনীতিয়ে শক্তি প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে ৰেপোৰ হাৰ এতিয়াও মহামাৰীৰ পূৰ্বৰ স্তৰৰ তলত আছে, চহৰৰ চাহিদা উন্নত হৈছে আৰু গ্ৰাম্য চাহিদাও ক্ৰমান্বয়ে উন্নত হৈছে।

ইয়াৰ উপৰিও আন কিছুমান ঘোষণা কৰাৰ সময়তে আৰবিআইয়ে গ্ৰাম্য সমবায় বেংকসমূহক বাণিজ্যিক ৰিয়েল এষ্টেটক ঋণ দিবলৈ অনুমতি দিছে। ইয়াৰ লগতে নগৰ সমবায় বেংকসমূহকো তেওঁলোকৰ ঘৰত বেংক সম্পৰ্কীয় সুবিধা প্ৰদানৰ অনুমতি দিয়া হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamrbiRBI Repo Rate Hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
Next Post
চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’

চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’

গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.