• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ১০ অভাৰতেই সপোনৰ ফাইনেলত বিৰাটবাহিনী, ১৭ বছৰৰ পাছত খিতাপ লাভ কৰবিনে!

মাথো ১০ অভাৰতেই সপোনৰ ফাইনেলত বিৰাটবাহিনী, ১৭ বছৰৰ পাছত খিতাপ লাভ কৰবিনে!

10 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাথো ১০ অভাৰতেই সপোনৰ ফাইনেলত বিৰাটবাহিনী, ১৭ বছৰৰ পাছত খিতাপ লাভ কৰবিনে!

editor by editor
May 30, 2025
in ক্ৰীড়া, বিবিধ, ভাৰত
0
মাথো ১০ অভাৰতেই সপোনৰ ফাইনেলত বিৰাটবাহিনী, ১৭ বছৰৰ পাছত খিতাপ লাভ কৰবিনে!
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ১০ অভাৰতেই সপোনৰ ফাইনেলত বিৰাটবাহিনী, ১৭ বছৰৰ পাছত খিতাপ লাভ কৰবিনে!

বৃহস্পতিবাৰে মুলনপুৰত পাঞ্জাৱৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰি বিৰাটৰ বেংগালুৰু ৮ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ কৰে। মাথো ১০ অভাৰতেই ১০২ ৰানৰ লক্ষ্য পাৰ কৰি দুটা উইকেট হেৰুৱাই ১০৬ৰান কৰি মেচখনত জয়ী হয়।

প্ৰথমে বেটিং কৰি পঞ্জাৱ দলটোৱে ১৪.১ অভাৰতে অল আউট গৈ মাথো ১০১ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে অ’পেনাৰ ফিল ছল্টে আৰচিবিৰ হৈ ধুমুহাময় অৰ্ধশতকৰ ইনিংছ খেলি ১০২ ৰানৰ লক্ষ্যত উপনীত হোৱাত বিশেষ অৰিহণা যোগায়। ছল্টে ২৭টা বলত ৩টা ছয় আৰু ৬টা চাৰিৰ সহায়ত অপৰাজিত ৫৬ ৰানৰ ইনিংছ খেলে।

ছল্টৰ লগতে বাংগালুৰু দলটোৰ অধিনায়ক ৰজত পাটিদাৰে ৮টা বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তাৰ বাহিৰে ১২টা বলত ১২ ৰান সংগ্ৰহ কৰি বিৰাট কোহলি আৰু ১৩টা বলত ১৯ ৰান সংগ্ৰহ কৰি আউট হয় মায়ংক আগৰৱাল। শেষত ১০ অভাৰত দুটা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰি খেলখনত জয়লাভ কৰে আৰ চি বিয়ে।

বেটিঙৰ দৰেই পঞ্জাৱৰ বলিঙো সম্পূৰ্ণৰূপে ফ্লপ হয় খেলখনত। আনহাতে বেটে বলে জিলিকি উঠে বাংগালুৰু দল।

এইবাৰৰ সৈতে চতুৰ্থবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰ চি বি। ২০০৯, ২০১১ আৰু ২০১৬ চনৰ ফাইনেল উপনীত হৈছিল বিৰাট বাহিনী। কিন্তু ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো বিগত ১৭ বছৰ ধৰি চলি থকা খিতাপৰ খৰাং শেষ কৰাৰ সুযোগ এইবাৰ আৰ চি বিৰ হাতত, লগতে বিৰাটৰো আই পি এলৰ খিতাপ দখলৰ সপোন পূৰণ কৰাৰ সুযোগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FinaliplIPL 2025rcbvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
‘ৰাজনীতিত পৰিবাৰবাদ নচলিব’- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

'ৰাজনীতিত পৰিবাৰবাদ নচলিব'- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

কিমান টকাৰ বিনিময়ত পাকৰ হাতত ভাৰতৰ তথ্য দিছিল ভাৰতীয় সেনা মতিৰামে?

কিমান টকাৰ বিনিময়ত পাকৰ হাতত ভাৰতৰ তথ্য দিছিল ভাৰতীয় সেনা মতিৰামে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.