• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

1 year ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

27 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

59 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

2 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

4 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

5 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

6 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

editor by editor
March 5, 2025
in প্ৰযুক্তি
0
পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?
0
SHARES
617
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেছবুকৰ পাছৱৰ্ড মনত নাই! তাৰ ওপৰিও ৰিকভাৰিৰ বাবে ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল একাউণ্টৰ এক্সেছ নাই৷ এনে পৰিস্থিতিত পৰিলে যিকোনো লোকেই টেনছনত পৰি যায়৷ টেনছনৰ কাৰণ নাই৷ এই পৰিস্থিতিৰ পৰা ৰেহাই পোৱা সহজ৷ ইয়াৰ বাবে আপোনাৰ কাষত থাকিব লাগিব কেৱল মাত্ৰ এনে কোনো ডিভাইছৰ প্ৰয়োজন য’ত আপুনি পূৰ্বে আপোনাৰ একাউণ্টটো লগ ইন কৰিছে৷ আৰু এতিয়াও আপোনাৰ একাউণ্ট সেই ডিভাইছত লগ ইন হৈ আছে৷

নিজৰ ফোন, কম্পিউটাৰ বা আত্মীয় কোনো বন্ধুৰ ফোন কম্পিউটাৰ হ’লেও হ’ব৷ আৰু সেই ব্ৰাউজাৰত গৈ facebook.com/login/identify টাইপ কৰক৷ আৰু তাতেই কোনো এটা ইমেইল এড্ৰেছ কিংবা মোবাইল ফোনৰ নম্বৰ লিখক৷  যদি ইয়াতো কাম নহয় তেন্তে আপোনাৰ একাউণ্টৰ নাম অথৱা ইউজাৰ নাম লিখক৷ এইবাৰ একাউণ্টটি হাতত পাবলৈ যোৱাৰ পাছত প্ৰথমেই ন লঙ্গাৰ হেভ এক্সেছ টু দিছত ক্লিক কৰক৷ তাতেই কি কি তথ্য বিচাৰিছে সেয়া দাখিল কৰক৷ নতুন এটা কনটেক্ট ডিটেইল দিয়ক৷ কেৱল ধ্যান ৰাখক, এই কনটেক্ট ইনফৰমেছন যেন ইয়াৰ পূৰ্বে কোনো ফেছবুক একাউণ্টত ব্যৱহাৰ কৰা নহয়৷ এইবাৰ যদি সমস্ত ছিকিউৰিটি চেক পাছ কৰি যায়, তেন্তে সুযোগ আহিব পাছৱৰ্ড ৰিচেট কৰাৰ৷

আপোনাৰ একাউণ্টটো যদি আপুনি আকৌ ব্যৱহাৰ কৰাৰ উপযোগী হৈ পৰিব৷ যদি এই পদ্ধতিত কাম নহ’লে আপুনি গ্ৰিবেন্স অফিচাৰৰ সৈতে যোগাযোগ কৰিব পাৰে৷ এই অফিচাৰৰ সৈতেও যোগাযোগৰ দুটা উপায় আছে৷ যাৰ মাজত প্ৰথমটো হৈছে এটা অনলাইন ফৰ্ম পূৰণ কৰা৷ ইয়াত আপোনাক কিছু বিকল্প বাছি লোৱা হ’ব৷ তাতেই একাউণ্ট লক কৰাৰ কাৰণ, পুনৰুদ্ধাৰৰ উদ্দেশ্য ইত্যাদি লৈ প্ৰশ্ন কৰা হ’ব৷ এই ফৰ্মত ইলেক্ট্ৰনিক স্বাক্ষৰো দিয়া হ’ব৷ ইয়াৰোপৰি ইমেইল বা পোষ্টৰ মাধ্যমেৰে অভিযোগ দাখিল কৰিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 9, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
Next Post
শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

ঘৰত সোমাই চুৰি নকৰিলে, কেৱল মালিকৰ যৌ… অংগ কাটি পলাল দুষ্কৃতীকাৰী, ঘটনাক লৈ হতবাক আৰক্ষীয়ে কি কৈছে?

ঘৰত সোমাই চুৰি নকৰিলে, কেৱল মালিকৰ যৌ... অংগ কাটি পলাল দুষ্কৃতীকাৰী, ঘটনাক লৈ হতবাক আৰক্ষীয়ে কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.