• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

2 years ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

21 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

editor by editor
February 19, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

দিল্লীয়ে পালে নতুন মুখ্যমন্ত্ৰী। বিজেপি বিধানসভা দলৰ বৈঠকত ৰেখা গুপ্তাৰ নাম অনুমোদন। ফলাফলৰ ১১ দিনৰ পাছত মুখ্যমন্ত্ৰীৰ ঘোষণা। নতুন চৰকাৰত মুখ্যমন্ত্ৰী পদৰ দৌৰত আগবাঢ়ি থকা প্ৰবেশ ভাৰ্মা উপ-মুখ্যমন্ত্ৰী হ’ব। আনহাতে ৰোহিনীৰ পৰা বিধায়ক বিজেন্দৰ গুপ্তা হ’ব দিল্লী বিধানসভাৰ অধ্যক্ষ।

ৰেখা গুপ্তা আৰু প্ৰৱেশ ভাৰ্মাই কাইলৈ দিনৰ ১২.৩০ বজাত ৰামলীলা ময়দানত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে মন্ত্ৰীসভাও শপত গ্ৰহণ কৰিব।

বিজেপি হাইকমাণ্ডে বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল জ্যেষ্ঠ নেতা অ’ পি ধনকাৰ আৰু ৰবি শংকৰ প্ৰসাদক।

২৬ বছৰৰ মূৰত দিল্লীত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা ফলাফলত বিজেপিয়ে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰে। ফলাফলৰ ১১ দিন পিছত ঘোষণা কৰা হয় মুখ্যমন্ত্ৰীৰ নাম।

ৰেখা গুপ্তা শলিমাৰ বাগৰ বিধায়ক। তেওঁ আপ নেত্ৰী বন্দনা কুমাৰীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰি নিৰ্বাচিত হয়। ৰেখা গুপ্তাই লাভ কৰে ৬৮,২০০ ভোট। আনহাতে আপ নেত্ৰী বন্দনা কুমাৰীয়ে লাভ কৰে ৩৮,৬০৫টা ভোট। কংগ্ৰেছৰ প্ৰবীণ জৈনে লাভ কৰে মাত্ৰ ৪,৮৯২ টা ভোট।

ৰেখা গুপ্তা বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সম্পাদিকা আৰু সভানেত্ৰী আছিল। ইয়াৰ লগতে ২০০৭ আৰু ২০১২ চনত উত্তৰ পিতামপুৰাৰ পৰা কাউন্সিলাৰ আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi BJP CMDelhi CMDelhi New CMRekha Gupta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
Next Post
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ৭জন বিধায়কৰ শপত গ্ৰহণ, কেবিনেট মন্ত্ৰীৰ তালিকা প্ৰকাশ

২৪ ঘণ্টা পূৰ নহওঁতেই অসম-মেঘালয় সীমান্তত দ্বিতীয়টো ভূমিকম্প

২৪ ঘণ্টা পূৰ নহওঁতেই অসম-মেঘালয় সীমান্তত দ্বিতীয়টো ভূমিকম্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.