• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

4 weeks ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

8 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

9 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

9 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

10 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

10 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

11 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

12 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

12 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

13 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

14 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

15 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

editor by editor
June 15, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ বহু ঘটনাই আজিও সকলোকে আচৰিত কৰে। কিছুমান কথা বিশ্বাস কৰিবলৈ টান যদিও সেয়াই সত্য হয়। সকলোৱে জানে বলীউডক অভিনেত্ৰী ৰেখাৰ জীৱন বিতৰ্কৰে ভৰা। প্ৰেমৰ পৰা আৰম্ভ কৰি বিয়ালৈকে তেওঁক লৈ বহু উৰাবাতৰি ওলাইছিল। কিন্তু আটাইতকৈ বিতৰ্কিত কথাটো হৈছে বিশ্বজিতৰ লগত অভিনেত্ৰীগৰাকীৰ চুম্বন। এতিয়া বিশ্বজিতৰ জীয়ৰীয়ে ক’লে এই কথা।

‘অঞ্জনা ছাফৰ’ ছবিখনত বিশ্বজিত আৰু ৰেখাৰ মাজত বিতৰ্কিত চুম্বনৰ দৃশ্যটো এতিয়াও উদ্যোগটোত চৰ্চা চলি আছে। সেই সময়ত বলীউডৰ ছবিত চুম্বনৰ দৃশ্যটো প্ৰায় নাছিল। ফলত এই দৃশ্যটোক লৈ যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। যিহেতু ৰেখাক আগতীয়াকৈ কোৱা নাছিল, সেয়ে তেওঁ অপ্ৰস্তুত আছিল। এই বিষয়ে বহুদিন ধৰি চৰ্চা চলি আহিছে।

ৰেখা-বিশ্বজিতৰ চুম্বন দৃশ্যক লৈ কি বিতৰ্ক? ‘ৰেখা: দ্য অনটল্ড ষ্ট’ৰী’ নামৰ কিতাপখনত উল্লেখ আছে যে “পৰিচালকে ‘একচন’ কোৱাৰ লগে লগে বিশ্বজিতে ৰেখাৰ বাহুত ধৰি চুমা খাবলৈ আহে। ৰেখাই আগতীয়াকৈ খবৰ নোপোৱাৰ বাবে থতমত খায়। পৰিচালকে ‘কাট’ বুলি নক’লে, আৰু বিশ্বজিতে অভিনেত্ৰীগৰাকীক এৰি নিদিলে।” কোৱা হয় যে এই চুম্বনটো প্ৰায় পাঁচ মিনিট সময় ধৰি চলিছিল। এই সময়ছোৱাত ছবিৰ দলটোৱে হাত চাপৰি বজাইছিল আৰু হুইচেল মাৰিছিল, যিটোৱে ৰেখাক ইমানেই আঘাত দিছিল যে তেওঁ কান্দি উঠিছিল।

অভিনেতাগৰাকীৰ কন্যা পল্লৱ চেটাৰ্জীয়ে এই ঘটনা সন্দৰ্ভত মুকলিকৈ কৈছে। তেওঁ স্পষ্টকৈ কৈছে যে সেই সময়ত যি হৈছিল সেয়া সম্পূৰ্ণ ভুল আছিল। পল্লৱীৰ মতে ১৫ বছৰীয়া কিশোৰীক এনে কাম কৰাটো অত্যন্ত বিৰক্তিকৰ আৰু তেওঁৰ সন্মতি অবিহনে হ’ব নালাগিছিল।

এক সাক্ষাৎকাৰত পল্লৱীয়ে সেই সময়ৰ পৰিচালকসকলৰ কৰ্মশৈলীৰ বিষয়ে বিশদভাৱে কয়। তেওঁ কয় যে পৰিচালকে প্ৰায়ে অভিনেতাসকলৰ পৰা সবিশেষ লুকুৱাই ৰাখিছিল যাতে তেওঁলোকৰ প্ৰকৃত প্ৰতিক্ৰিয়া কেমেৰাত বন্দী কৰিব পৰা যায়।

পল্লৱীয়ে কয়, “তেতিয়া কিছুমান পৰিচালকে দৃশ্যটোৰ বিষয়ে চমুকৈ এজন অভিনেতাক ক’লেও আনজন অভিনেতাৰ পৰা সবিশেষ আঁতৰাই ৰাখিছিল, কাৰণ তেওঁলোকে কেমেৰাত এটা নিৰ্দিষ্ট প্ৰতিক্ৰিয়া বিচাৰিছিল। মোৰ বিশ্বাস যে যদি কোনো কাণ্ড সংঘটিত হৈছিল, য’ত কোনোবাই সমগ্ৰ ইউনিটৰ সন্মুখত কেইবা মিনিটমান আন এজনক চুমা খাইছিল, তেন্তে পৰিচালকৰ সন্মতি বা অনুমোদন অবিহনে সেয়া হ’ব নোৱাৰিলেহেঁতেন। ইয়াৰ উপৰিও পৰিচালকে নিজেই কৈছিল, ‘মই এই শ্বটটো বিচাৰো’।” কিন্তু সেই সময়ত ছবিত চুম্বনৰ দৃশ্য বৰ বেছি সাধাৰণ নাছিল।”

তেওঁ জোৰ দি কয় যে সেই সময়ত ৰেখা অতি সৰু আছিল, যাৰ বাবে তিক্ত অভিজ্ঞতাটো আৰু বেছি কষ্টদায়ক হৈ পৰিছিল। তেওঁ কয়, “সেই সময়ত তেওঁ শিশুৰ দৰে আছিল। আপোনাক নোকোৱাকৈয়ে যদি আপোনাৰ লগত এনেকুৱা কিবা এটা ঘটে তেন্তে আপুনি কি কৰিব পাৰে?”

পল্লৱীয়ে আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিলে যে দুয়োটা পৰিয়ালৰ মাজত আছিল অতি ঘনিষ্ঠ সম্পৰ্ক। তেওঁৰ মতে এই কথাই চাগে ৰেখাক আৰু অধিক স্তম্ভিত কৰি তুলিছিল। পল্লৱীয়ে স্মৰণ কৰি কয়, “ৰেখা আমাৰ ঘৰলৈ আহিছিল আৰু আমি সৰুতে একেলগে খেলিছিলো। আমাৰ পৰিয়ালবোৰ বৰ ঘনিষ্ঠ আছিল। হয়তো পৰিয়ালৰ বন্ধনৰ বাবে তেওঁৰ বাবে ই অধিক কষ্টদায়ক আছিল। যেতিয়া আপুনি কাৰোবাক আপোনাৰ পৰিয়ালৰ অংশ বুলি গণ্য কৰে আৰু তাৰ পিছত সেই ব্যক্তিজনে এনেকুৱা কিবা এটা কৰে, তেতিয়া সঁচাকৈয়ে হৃদয় বিদাৰক হয়।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ'ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.