• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?

editor by editor
October 10, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৬৮ বছৰীয়া হ’ল বলীউডৰ এভাৰগ্ৰীণ অভিনেত্ৰী ৰেখা৷ ৬৮ বছৰীয়া ৰেখাৰ সুন্দৰ দেহবল্লভ তথা চেহেৰাৰ ওচৰত ম্লান পৰে বৰ্তমানৰ বহু অভিনেত্ৰীয়েই৷ সৌন্দৰ্য, গ্লেমাৰ, শৰীৰি হিল্লোল, আৱেদনময়ী চাৱনিয়ে আজিও কোটি কোটি পুৰুষৰ হৃদয় জয় কৰে৷ আজিও বহু পুুৰুষৰ সপোনত ৰেখাই বিচৰণ কৰে৷ মোহময়ী ৰেখাৰ জীৱন চেহেৰাৰ দৰেই সুন্দৰনে?

ৰেখাৰ জীৱন ভৱাৰ দৰেই সুন্দৰ নহয়৷ ‘প্ৰেম থাকিও প্ৰকাশ্যে দেখুৱাব নোৱাৰাৰ বেদনা কিমান মোৰ বাদে কোনে জানে?’ কপিল শৰ্মাৰ কমেডি শ্ব’ত হাঁহি হাঁহি ৰেখাই কোৱা এই বাক্যশাৰীয়েই নিশ্চয়কৈ বুজাই দিয়ে ৰেখাৰ জীৱনৰ বহু কথা৷

৯০-ৰ দশকত চৰ্চাত থকা এটি প্ৰেমিক যুঁটি আছিল ৰেখা-অমিতাভ৷ ৰেখা-অমিতাভে কাহানিও প্ৰেমৰ কথা ৰাজহুৱা কৰা নাছিল যদিও সকলোৰে মুখে মুখে আছিল দুয়োৰে নাম৷ অবৈধ প্ৰেমিকা হৈয়েই ৰৈ যোৱা ৰেখাই কাহানিও অমিতাভৰ পৰা নাপালে সেই সন্মান৷ এবাৰ এই কথাৰেই বিস্ফোৰণ ঘটাইছিল ৰেখাই৷ অমিতাভৰ সৈতে গোপন অভিসাৰৰ কথা এক সাক্ষাৎকাৰত নিজেই প্ৰকাশ কৰিছিল ৰেখাই৷ যি কথা আজিও নেটিজেনৰ মাজত এটা হট টপিক৷

উল্লেখ্য যে ৰেখাই বিগবী অমিতাভক লৈ কৰা মন্তব্যই দেশৰ সংবাদমহলত চৰ্চা লাভ কৰাৰ পিছৰে পৰা ৰেখা-অমিতাভক ৰাজহুৱা মঞ্চত একেলগে অংশগ্ৰহণ কৰা দেখা নাযায়৷ এসময়ত খুবছুৰত, ইজাজাত, ঝুটি, ছিলছিলা, উৎসৱ, বিজেতা, কলিযুগ, জুৱেইদা, আদি ছবিৰে দেশবাসীম মনত আলোড়ন তোলা বলীউডৰ এভাৰগ্ৰীণ নায়িকা ৰেখাৰ ওপজা দিনত ৰেখাৰ অনুৰাগীমহলে নেট দুনীয়াত ভাইৰেল কৰিছে এটাই কথা,‘Age is just a number.’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
প্ৰতিদিনেই কম্পিউাৰত কাম কৰে? কোনকেইটা ব্যায়ামে চকুৰ দৃষ্টিশক্তি ঠিকে থকাত সহায় কৰিব?

নেজত জুই লৈ লংকা দহনৰ বাবে ওলাওতেই মৃত্যু হনুমানৰ, কি হৈছিল উত্তৰ প্ৰদেশৰ ৰামলীলাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন