• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি হঠাতে ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত উপস্থিত মুকেশ আম্বানী

আজি হঠাতে ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত উপস্থিত মুকেশ আম্বানী

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি হঠাতে ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত উপস্থিত মুকেশ আম্বানী

editor by editor
July 4, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আজি হঠাতে ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত উপস্থিত মুকেশ আম্বানী
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি হঠাতে ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত উপস্থিত মুকেশ আম্বানী

আজি ৪ জুলাই তাৰিখে হঠাতে দিনৰ ভাগত ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত উপস্থিত হয় এছিয়াৰ ভিতৰতে অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানী। যি সময়ৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

হঠাতে মুকেশ আম্বানীৰ তেনেদৰে ৰাহুল গান্ধীৰ ঘৰত উপস্থিত হোৱাত কৌতুহলৰ সৃষ্টি হৈছিল। আজি বৃহস্পতি বাৰে মুকেশ আম্বানী দিল্লীত উপস্থিত হয় আৰু পোনেই দিল্লীৰ ১০ জনপথস্থিত ৰাহুল গান্ধীৰ বাসগৃহত ৰাহুলক লগ কৰে।

পাছত অৱশ্যে সেয়া সকলো অনন্ত আম্বানীৰ বিয়াৰ বাবে বুলি আশা কৰা হৈছে। আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ দিয়াৰ বাবেই তেনেদৰে হঠাতে মুকেশ আম্বানী আহে বুলি সন্দেহ।

https://x.com/ANI/status/1808802132507963406

আম্বানী পৰিয়ালৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ বিবাহৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। ১২ জুলাই তাৰিখে বিবাহ পাশত আৱদ্ধ হব দেশৰ অন্যতন ধনী ব্যক্তি তথা পৰিয়ালৰ পুত্ৰৰ বিবাহ। বুধবাৰৰ পৰা মুম্বাইৰ এণ্টেলিয়াৰ বিবাহৰ কাৰ্যসুচী আৰম্ভ হৈছে।

দেশ বিদেশৰ পৰা বহু লোকৰ সমাগম ঘটিছে। ইতিমধ্যে প্ৰি-বিবাহ অনুষ্ঠান কেইবাটাও অনুষ্ঠিত হৈ গৈছে। যি অনুষ্ঠানত ইন্টাৰনেশনেল তাৰকা ৰিহানাৰ পৰা আৰম্ভ কৰি বহু দেশ-বিদেশৰ নামি-দামি তাৰকাৰ পয়োভৰ ঘটিছিল।

এইবাৰ বিবাহ অনুষ্ঠানতো বিদেশী তাৰকাৰ সমাগম হোৱাৰ সম্ভাৱনা। বিবাহৰ দিনা জাষ্টিন বিবাৰে সংগীত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা। ইতিমধ্যে ভাৰতত আহি উপস্থিত হৈছে জাষ্টিন বিবাৰ। উল্লেখ্য যে, অনন্ত-ৰাধিকাৰ প্ৰি-বিবাহ অনুষ্ঠানতে বলীউডৰ তিনি খান ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানে একেলগে নৃত্য প্ৰদৰ্শন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ananta Ambani Weddingdelhimukesh ambanirahul gandhisonia gandhiWedding CardWedding Invitation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম

ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম

স্তন কেঞ্চাৰ হোৱাৰ ভয়ত শৰীৰৰ পৰা স্তনেই আঁতৰাই দিছিল বিশ্ব বিখ্যাত অভিনেত্ৰীয়ে

স্তন কেঞ্চাৰ হোৱাৰ ভয়ত শৰীৰৰ পৰা স্তনেই আঁতৰাই দিছিল বিশ্ব বিখ্যাত অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.