• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?

বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?

2 months ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

55 minutes ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

2 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

3 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

15 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

15 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

15 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

16 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

17 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

19 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

19 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

20 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?

বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?

editor by editor
May 23, 2026
in জীৱনশৈলী
0
বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এলৰ মাজতেই বিবাহ ঠিক হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মালিক কাব্যা মাৰানৰ! ছচিয়েল মিডিয়াত তুংগত আছে এই চৰ্চা৷ নেটদুনীয়াৰ চৰ্চাত পাত্ৰ কোন সেয়াও স্পষ্ট হৈ পৰিছে৷ কাব্যাৰ হ’বলগীয়া স্বামী হৈছে তামিল সুৰকাৰ অনিৰুদ্ধ ৰবিচন্দ্ৰন৷ দুজনৰ বিবাহক লৈ ছচিয়েল মিডিয়াত এটাৰ পাছত আনটো পোষ্ট দেখিবলৈ পোৱা গৈছে৷ আনকি বিবাহৰ দিনক্ষণো জনাই দিছে বহুতে৷ কিন্তু কিমান সঁচা এই খবৰ?

কাব্যা-অনিৰুদ্ধৰ প্ৰেমকাহিনীক লৈ চৰ্চা এয়াই প্ৰথম নহয়৷ বিগত সময়ত চলিয়েই আহিছে এই চৰ্চা৷ সম্প্ৰতি এক বিনোদনমূলক ৱেবচাইট দাবী কৰা হৈছে দুইপক্ষৰ পৰিয়ালত স্পেইনত তেওঁলোকৰ বিবাহ সম্পন্ন হ’ব বুলিও জানিব পৰা গৈছে৷ চলিত বছৰৰ ডিচেম্বৰত বিবাহৰ অনুষ্ঠান হ’ব৷ পাছত চেন্নাইতো অনুষ্ঠান পতা হ’ব৷ এই বিষয়ক লৈ কোনোৱে অৱশ্যে এই পৰ্যন্ত মুখ খোলা নাই৷ বহুতেই আকৌ কৈছে যে অনিৰুদ্ধেও পূৰ্বেও এটা পোষ্ট দিছিল, তাত তেওঁ লিখিছিল, ‘সকলোবোৰ গুজব, বন্ধ কৰা এইবোৰ৷’ তেওঁৰ এই পোষ্টক লৈ বহুতে কৈছে যে বিবাহৰ কথাবোৰো গুজবেই হ’ব চাগৈ৷

উল্লেখ্য যে ছানৰাইজাৰ্ছৰ সুন্দৰী মালিক কাব্যাৰ অনুৰাগীৰ সংখ্যাও কম নহয়৷ ষ্টেডিয়ামত কমলা ৰঙৰ জাৰ্ছীত তেওঁ দলক সমৰ্থন জনাবলৈ আহিলেই ছানৰাইজাৰ্ছৰ প্ৰতি যেন আকৰ্ষণ এনেই বাঢ়ি যাই আইপিএলপ্ৰেমীৰ৷ আনহাতে তেওঁৰ চৰ্চিত প্ৰেমিক অনিৰুদ্ধও প্ৰতিষ্ঠিত এজন সুৰকাৰ৷ অনিৰুদ্ধ বিখ্যাত তামিল ছবি জেইলাৰ, লিঅ’ বা কুলিৰ দৰে বিখ্যাত তামিল চিনেমাত সুৰ দিছে৷ ইয়াৰোপৰি হিন্দিত শ্বাহৰুখ খানৰ জোৱান চিনেমাৰ সুৰকাৰ হিচাপেও তেওঁ খুবেই জনপ্ৰিয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?
জীৱনশৈলী

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

July 9, 2026
Next Post
২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?

২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?

পুৱাই ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা! থিতাতে প্ৰাণ হেৰুৱালে দ্বীপজ্যোতি বৰাই, আহতসকলৰো উদ্ধাৰ হৈছে পৰিচয়

পুৱাই ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা! থিতাতে প্ৰাণ হেৰুৱালে দ্বীপজ্যোতি বৰাই, আহতসকলৰো উদ্ধাৰ হৈছে পৰিচয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.