• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?

বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?

2 years ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

20 minutes ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

48 minutes ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

2 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

3 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

17 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

18 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

19 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

19 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

20 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

21 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?

বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?

editor by editor
November 23, 2024
in অপৰাধ, জীৱনশৈলী
0
বিয়াৰ পেণ্ডেলৰ কাম আৰম্ভ হৈছিল, বুধবাৰে বিয়া, কিন্তু হঠাতেই শেষ হৈ গ’ল এটা পৰিয়াল! ৰূপহীহাটৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি?
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে নিশা সংঘটিত হোৱা এটা হত্যাকাণ্ডই জোঁকাৰি গৈছে ৰাজ্য৷ নৃশংসভাৱে একেঘৰৰেই ৩ব্যক্তি আৰু এজন অচিনাক্ত ব্যক্তিক ঘঁপিয়াই হত্যা৷ ৰূপহীঘাটত গড়াজানত এই ঘটনা৷ কিন্তু কিয়, কোনে এনেকৈ হানিখুচি হত্যা কৰিলে এইকেইগৰাকী ব্যক্তিক সেই লৈ সৃষ্টি হৈছে চাঞ্চল্য৷

গড়াজানৰ ঘনুধৰ সৰকাৰসহ পৰিয়াল ছনুধৰ সৰকাৰ, জয়াস্মীতি সৰকাৰক নৃশংস ভাবে হানি খুঁচি থৈ যোৱাৰ লগতে তেজেৰে ৰাঙলী হৈ পৰি ৰয় আন এটাও অচিনাক্ত মৃতদেহ। নিশাই ঘটনাস্থলীত নগাওঁ জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও, নগাওঁ আৰক্ষীয়ে CID লৈ হস্তান্তৰ কৰে উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব৷

CID ৰ দলে নিশাই উপস্থিত হৈ প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ কৰিছে এখন মটৰ চাইকেল। হত্যাৰ বলি ঘনুধৰ সৰকাৰৰ পুত্ৰ ভাস্কৰ জ্যোতি সৰকাৰে অভিযোগ উত্থাপিত কৰে নগাঁৱৰ অনুপম সূত্ৰধৰ নামৰ এজন লোকৰ সৈতে কিছুদিনৰ পৰা চলি আছিল বিবাদ। দুই পক্ষৰ মাজত হোৱা বিবাদক কেন্দ্ৰ কৰি নগাওঁ সদৰ থানাত  ৰুজু হৈছিল গোচৰো।

ঘনুধৰ সৰকাৰৰ ডাঙৰ জীয়ৰী আখী সৰকাৰৰ  বুধবাৰে আছিল বিবাহ, বিবাহৰ বাবে ইতিমধ্যে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। শুক্ৰবাৰে সন্দিয়া আখীৰ বিয়া উপলক্ষে ভাতৃ ভাস্কৰজ্যোতি সৰকাৰে নগাঁৱলৈ  বজাৰ কৰিবলৈ গৈছিল৷ তেনে সময়তে ঘৰত পৰিয়ালৰ আন তিনিজনক হত্যা কৰে দুৰ্বৃত্তই৷

আশ্বৰ্যকৰ বিষয় হল ঘনুধৰৰ পৰিয়ালৰ তিনিজনৰ সৈতে পৰি থকা মৃতদেহটো কাৰ? কৰ পৰা আহিছিল লোকজন? উদ্ধাৰ হোৱা মটৰ চাইকেলখনৰ সৈতে কি সম্পৰ্ক অচিনাক্ত মৃতদেহটোৰ। এই সমগ্ৰ ঘটনাই এতিয়া ৰহস্যৰ আৱৰ্তত যদিও ভাতৃ ভাস্কৰৰ মন্তব্যৰ পৰা সমগ্ৰ ঘটনাটো প্ৰেমজনিত বুলিও সন্দেহ কৰিছে প্ৰায়সংখ্যকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য
বিশ্ব

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
Next Post
প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?

প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?

ক্ষণে ক্ষণে পট পৰিবৰ্তন! চামগুৰিত আগুৱাইছে তাঞ্জিল হুছেইন

ক্ষণে ক্ষণে পট পৰিবৰ্তন! চামগুৰিত আগুৱাইছে তাঞ্জিল হুছেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.