২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

ভাৰতত নিৰাপদ বিনিয়োগ বুলিলে আজিও সাধাৰণ মানুহৰ প্ৰথম পছন্দ ফিক্সড ডিপোজিট বা এফ ডি৷ ধন হেৰুওৱাৰ ভয় নাই, ৰিটাৰ্ণত সুদো নিশ্চিত৷ এই দুই কাৰণতেই সৰু ডাঙৰ বহু বিনিয়োগকাৰীয়ে এফ ডিক বিশ্বাস কৰে৷ বহুতৰে ধাৰণা বৃহৎ অংক নহলে এফ ডিত লাভ নাই৷ কিন্তু বাস্তৱত মাত্ৰ ৫ লাখ টকাৰ এফডিৰ পৰাও নিয়মিত মাহিলী আয় সম্ভৱ৷

বেংক বা পোষ্ট অফিচত ৫ লাখ টকা জমা ৰাখি যদি কোনোৱে স্থায়ী মাহিলী আয়ৰ পৰিকল্পনা কৰে তেন্তে নন-কিউমুলেটিভ এফ ডিক বাচি লব পাৰে৷ এই ধৰণৰ এফ ডিত মাহিলী, ত্ৰিমাহিলী বা বাৰ্ষিক ভিত্তিত সুদ দিয়া হয়৷ অৱসৰপ্ৰাপ্ত ব্যক্তি বা যিসকলে দৈনন্দিন খৰচ চলাবলৈ সুদৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ বাবে এই বিকল্প সুবিধাজনক৷

ধৰা হ’ল কোনোৱে ৫ বছৰৰ বাবে ৭শতাংশ বাৰ্ষিক সুদত ৫লাখ টকাৰ নন-কিউমুলেটিভ এফ ডি কৰে তেন্তে বছৰত সুদ পাব প্ৰায় ৩৫ হাজাৰ টকা৷ অৰ্থাৎ মাহিলী গড়ে প্ৰায় ২৯০০ টকা আয় কৰিব পাৰে৷ সুদৰ হাৰ বেংকভেদে পৃথক পৃথক হব পাৰে৷ সেয়ে চূড়ান্ত অংক সামান্য কমবেছি হব পাৰে৷

এফ ডিত ধন ৰখাৰ সময়ত সুদৰ ওপৰিও ৰেপো ৰেটৰ দিশত নজৰ ৰখা জৰুৰী৷ ৰেপো ৰেট বাঢ়িলে সাধাৰণতে বেংকৰ এফ ডিৰ সুদৰ হাৰো বাঢ়ে৷ ফলত সঠিক সময়ত এফ ডি কৰিলে তুলনামূলক ভাল ৰিটাৰ্ণ পোৱা সম্ভৱ৷ সাধাৰণ বিনিয়োগকাৰীৰ ক্ষেত্ৰত বছৰত যদি সুদ ৪০ হাজাৰতকৈ বেছি হয় তেন্তে ১০ শতাংশ টিডিএছ কটা হয়৷ ছিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰত এই সীমা ৫০ হাজাৰ টকা৷ পেন কাৰ্ড নাথাকিলে টিডিএছ কটা হয় ২০ শতাংশ হাৰত৷

অৰ্থনৈতিক বিশেষজ্ঞৰ মতে, এফ ডি চিনাক্ত কৰাৰ পূৰ্বে মাহিলী আয়ৰ প্ৰয়োজন, কৰৰ সীমা আৰু ভৱিষ্যত আৰ্থিক পৰিকল্পনা ভালধৰণে বিচাৰ কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *