মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

স্বস্তিৰ খবৰ, ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পত সুদৰ হাৰক লৈ ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰই

স্বস্তিৰ খবৰ, ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পত সুদৰ হাৰক লৈ ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰই

পিপিএফ, পোষ্ট অফিচ এফ ডি, সুকন্যা সমৃদ্ধি যোজনা, নেশ্ব্যনেল ছেভিংছ চাৰ্টিফিকেটত সুদৰ হাৰ চতুৰ্থ ত্ৰিমাহিকৰ বাবে(১ জানুৱাৰী ২০২৬ৰ পৰা ৩১ মাৰ্চ ২০২৬)ৰ বাবে অপৰিবৰ্তিত ৰাখিছে কেন্দ্রই৷ অৰ্থমন্ত্ৰণালয়ে ৩১ ডিচেম্বৰত বিজ্ঞাপ্তি প্ৰকাশৰ মাধ্যমেৰে এই ঘোষণা কৰিছে৷

অৰ্থমন্ত্ৰণালয়ৰ অৰ্থনৈতিক বিষয়ক বিভাগে ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে এক চৰকাৰী বিজ্ঞাপ্তিত জনাইছে যে ২০২৫-২০২৬ অৰ্থবৰ্ষৰ চতুৰ্থ ত্ৰিমাহিকৰ বাবে যি ১ জানুৱাৰী ২০২৬ চনৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চ ২০২৬ত শেষ হব৷ বিভিন্ন ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পৰ সুদৰ হাৰ ২০২৫-২৬ অৰ্থবৰ্ষৰ তৃতীয় ত্ৰিমাহৰ বাবে ঘোষিত হাৰৰ দৰেই অপৰিবৰ্তিত থাকিব৷

ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পসমূহত সৰ্বশেষ সুদৰ হাৰ

সুকন্যা সমৃদ্ধি যোজনাঃ সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত জমাৰ ওপৰত ৮.২ শতাংশ সুদৰ হাৰ প্ৰযোজ্য থাকিব৷

তিনি বছৰৰ পোষ্ট অফিচৰ ম্যাদি আমানতঃ তিনি বছৰৰ ম্যাদি আমানতৰ সুদৰ হাৰ ৭.১ শতাংশ অপৰিবৰ্তিত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *