• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

editor by editor
March 17, 2022
in অপৰাধ, বিশ্ব, ৰাজনীতি
0
চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২১ চনৰ জানুৱাৰি মাহ৷ তেতিয়াই এগৰাকী ২৩ বছৰীয়া সুন্দৰী মডেলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এগৰাকী চাইক’পেথ বুলি অভিহিত কৰিছিল৷

ইয়াৰ ঠিক পিছতে গ্ৰেটা ভেডলাৰ নামৰ সুন্দৰী মডেলগৰাকী নিৰুদ্দেশ হয়৷ আৰু পিছত মডেলগৰাকীৰ মৃতদেহ এটা চ্যুটকেচত উদ্ধাৰ হয়৷

ইয়াৰ পিছতে প্ৰশ্ন উদয় হৈছে, ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি অভিহিত কৰাৰ বাবে মডেলগৰাকীক হত্যা কৰা হ’ল নেকি?

লগতে পঢ়ক কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

মডেল গ্ৰেটাই সামাজিক মাধ্যমত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ গ্ৰেটাই লিখিছিল যে পুটিনে চাইক’পেথ হোৱাৰ বাবেই শৈশৱত বহুত অপমান সহ্য কৰিবলগীয়া হৈছিল৷ মডেল গ্ৰেটাৰ মতে পুটিনৰ শৈশৱত স্পষ্টভাৱে মনোৰোগৰ প্ৰায়বোৰ লক্ষণ দেখা গৈছিল৷

গ্ৰেটা ভেডলাৰে লগতে কৈছিল যে হয়তো পুটিনে সঁচাকৈয়ে ৰাছিয়াক গতিশীল কৰিবলৈ বিচাৰিছিল আৰু আন্তৰিকতাৰে ৰাছিয়াৰ কল্যাণ কামনা কৰিছিল। ‘কিন্তু এনে এজন মানুহে কিবা কৰাটো সঁচাকৈয়ে সম্ভৱ নে বুলিও প্ৰশ্ন কৰিছিল৷

গ্ৰেটাই ছ’চিয়েল মিডিয়াত এইদৰে পুটিন বিৰোধী কথা কোৱাৰ পিছতে নিৰুদ্দেশ হয়। সকলোৱে ধৰি লয় যে ইয়াৰ আঁৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনো হয়তো জড়িত আছে। সঁচাই ৰুছ ৰাষ্ট্ৰপতিগৰাকী ইয়াত জড়িত আছিল নেকি?

লগতে পঢ়ক ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

অৱশ্যে, অনুসন্ধানত প্ৰকাশ পাইছে যে প্ৰাক্তন প্ৰেমিক দিমিত্ৰি কোৰোৱেনে মডেল গ্ৰেটাক হত্যা কৰে। প্ৰকাশ পোৱা মতে দিমিত্ৰিয়ে সেই অপৰাধ স্বীকাৰো কৰে।

প্ৰকাশিত খবৰ মতে দিমিত্ৰিয়ে পইচাৰ বাবেই হোটেলৰ এটা কোঠাত গ্ৰেটাক উশাহ বন্ধ কৰি হত্যা কৰে৷ গ্ৰেটাক হত্যা কৰি মৃতদেহটো হোটেলৰ কোঠাটোত লুকুৱাই ৰাখে যদিও পিছত সুযোগ বুজি এটা চ্যুটকেচত মৃতদেহটো ভৰাই লিপেটস্ক অঞ্চলত পেলাই দিয়ে। আৰু গ্ৰেটাৰ মৃতদেহটো তাৰ পৰাই উদ্ধাৰ কৰা হয়।

ইয়াৰ পিছতে দিমিত্ৰিয়ে গ্ৰেটাৰ চ’ছিয়েল মিডিয়াৰ পেজ চলাই ফ’টো আদি পোষ্ট কৰিবলৈ আৰম্ভ কৰে৷ সেয়ে গ্ৰেটাক হত্যা কৰাৰ পিছতো বহু দিনলৈ জীয়াই থকা বুলিয়ে ভবা হৈছিল৷

কিন্তু পিছত গ্ৰেটাৰ খাৰকিভত থকা এগৰাকী ব্ল’গাৰ বন্ধুৱে গ্ৰেটাৰ চ’ছিয়েল মিডিয়াৰ পেজটোৰ প্ৰতি সন্দেহ হোৱাত মস্কোত এক নিৰুদ্দেশৰ গোচৰ ৰুজু কৰা হয়৷ ইয়াৰ পিছতে মস্কো আৰক্ষীয়ে অনুসন্ধান কৰি সমগ্ৰ হত্যাকাণ্ডটো পোহৰলৈ আনে৷

অৱশ্যে হত্যাকাণ্ডটোত পুটিন বা পুটিন প্ৰশাসন কোনো ধৰণেৰে জড়িত নহয় বুলি প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGretta VedlerGretta Vedler murderModel Gretta VedlerVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
Next Post
ৰাজনীতিলৈ আৰু এক ক্ৰিকেটাৰ; ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং!

ৰাজনীতিলৈ আৰু এক ক্ৰিকেটাৰ; ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং!

পোলেণ্ডৰ কৰোলিনাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ৰ মুকুট, ১ম ৰাণাৰ-আপ ভাৰতীয় মূলৰ শ্ৰী ছাইনী

পোলেণ্ডৰ কৰোলিনাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ৰ মুকুট, ১ম ৰাণাৰ-আপ ভাৰতীয় মূলৰ শ্ৰী ছাইনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.