• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?

‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?

1 year ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

34 minutes ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

1 hour ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

2 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

2 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

3 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

4 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

5 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

6 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

6 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

7 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?

‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?

editor by editor
April 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা’, ভূস্বৰ্গ কাশ্মীৰৰ ঘটনাক লৈ কি কৈছে ভাইজান ছলমানে?
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ত্ৰাসবাদীয়ে ৰক্তাক্ত কৰিছে ভূস্বৰ্গ কাশ্মীৰৰ পহেলগ্ৰাম৷ মঙ্গলবাৰে দুপৰীয়া কাশ্মীৰৰ অনন্তনাগ জিলাত সেই পৰ্যটনকেন্দ্ৰৰ বৈছৰন উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা ঘটিছে৷ সেনাই নিশ্চিত কৰিছে যে বৈছৰণ উপত্যকালৈ ফুৰিবলৈ অহা পৰ্যটকসকলৰ এটা দলক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে৷ এই ঘটনাৰ পাছৰে পৰাই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷ এই ঘটনাক লৈ নিজৰ খঙৰ বহিঃপ্ৰকাশ কৰিছে এতিয়া বলীউড তাৰকাসকলেও৷ এসময়ত কাশ্মীৰক এই পৃথিৱীৰ সকলোতকৈ সুন্দৰ স্থান বুলি কৈছিল ছলমান খানে৷ মঙলবাৰে উগ্ৰপন্থীৰ আক্ৰমণৰ পাছতেই দৃষ্টিভংগী সলনি হৈছে ভাইজানৰ৷

‘বজৰংগী ভাইজান’ ছবিৰ সময়ত দীৰ্ঘদিন পহেলগ্ৰাম আৰু ভেলিৰ দৰে স্থানত শ্বুটিং কৰিছিল ছলমান খানে৷ সেই সময়তেই কাশ্মীৰৰ ৰূপত মুগ্ধ হৈছিল অভিনেতা ছলমান৷ তেওঁ দেখা সেই কাশ্মীৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই সলনি হৈছে৷ ছলমানে লিখিছে, ‘পৃথিৱীৰ বুকুৰ স্বৰ্গ নৰকত পৰিণত হৈছে৷ সাধাৰণ মানুহক হত্যা কৰা হৈছে৷ নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ মনত ৰাখিব এজন নিৰ্দোষীক হত্যাৰ কৰাৰ অৰ্থ সমগ্ৰ পৃথিৱীক হত্যা কৰা৷’

ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সঞ্জয় দত্তইয়ো৷ তেওঁ ক্ষোভপ্ৰকাশ কৰি লিখিছে, ‘ঠাণ্ডা মূৰেৰে আমাৰ দেশৰ লোকক হত্যা কৰিছে৷ এই ঘটনাক ক্ষমা কৰিব নোৱাৰি৷ এই সন্ত্ৰাসবাদী সকলে বুজা উচিত যে আমিও চুপ নাথাকো৷ আমি এই ঘটনাৰ প্ৰতুত্ত্যৰ দিবই লাগিব৷ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ কৰিছো এই ঘটনাৰ যোগ্য জৱাব দিয়ক৷’ একেধৰণেই ক্ষোভ প্ৰকাশ কৰিছে শ্বাহৰুখ খান, অক্ষয় কুমাৰ, প্ৰিয়ংকা চোপ্ৰাইয়ো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…
বাণিজ্য

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
Next Post
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.