• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

1 year ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

3 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

3 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

3 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

4 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

5 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

6 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

7 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

8 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

8 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

editor by editor
April 23, 2025
in জীৱনশৈলী
0
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি মে মাহত ৬টা ডাঙৰ গ্ৰহ সূৰ্য, বুধ, বৃহস্পতি, ৰাহু, কেতু আৰু শুক্ৰই স্থান পৰিবৰ্তন কৰিব৷ ৬মে’ত মেষ ৰাশিত গোচৰ কৰিব বুধে৷ ১৪ মে’ত মেষ এৰি বৃষ ৰাশিলৈ যাব সূৰ্য, একেদিনাই মিথুন ৰাশিত গোচৰ কৰিব বৃহস্পতিয়ে৷ ৰাহু আৰু কেতুৱে ৰাশি সলনি কৰিব ১৮ মে আৰু ৩১ মে’ত মেষ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ১৮ বছৰৰ অন্তত কুম্ভ ৰাশিত ৰাহু আৰু সিংহ ৰাশিত কেতুৱে প্ৰৱেশ কৰিব৷ আকৌ বৃষ ৰাশি এৰি মিথুন ৰাশিলৈ আহিব বৃহস্পতি৷ গ্ৰহৰ অৱস্থান সলনিৰ প্ৰভাৱত মে মাহত পাঁচ ৰাশিৰ জাতকৰ চকুত লগা উন্নতি হব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

মে মাহত লাভজনক সময় আহি আছে বৃষ ৰাশিৰ জাতকৰ বাবে৷ চাকৰিয়ালে এই সময়ত কোনো শুভ সংবাদ পাব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত নতুন চাকৰি পাব পাৰে৷ কাৰ্যালয়ত পদোন্নতি পোৱাৰ যোগ আছে৷ বৃষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি এই সময়ত উন্নতি হ’ব৷ ব্যৱসায়ত নতুন চুক্তিত ছহী কৰিব পাৰে৷

কৰ্কট ৰাশি

আগন্তুক মাহত আত্মবিশ্বাস বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ কেৰিয়াৰৰ দিশৰ পৰা এই সময় শুভ সময়৷ যি কামতেই হাত দিব সেই কামতেই সাফল্য পাব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও লাভজনক সময় আহিছে৷ ব্যৱসায় বঢ়াব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল দেখুৱাব৷

সিংহ ৰাশি

আগন্তুক মাহত বিভিন্ন ক্ষেত্ৰত উপকাৰী ফল পাব সিংহ ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে মোটা টকা লাভ কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মক্ষেত্ৰত উন্নতি কৰাৰ সুযোগ পাব৷ যিসকল এতিয়াও ছিংগল তেওঁলোকে এই সময়ত জীৱনসংগীৰ সন্ধান পাব পাৰে৷ অফিচত ছিনিয়ৰৰ সাহায্য পাব৷ প্ৰভাৱশালী মানুহৰ সংস্পৰ্শলৈ আহিব পাৰে৷

তুলা ৰাশি

মে মাহত ছয় গ্ৰহৰ গোচৰৰ প্ৰভাৱে তুলা ৰাশিৰ জাতকৰ জীৱনলৈ সৌভাগ্য আনিব৷ জীৱনত উন্নতি কৰাৰ এটাৰ পাছত এটা সুযোগ আহিব৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশৰ পৰা দুৰ্দান্ত লাভ কৰিব পাৰিব৷ হঠাৎ অৰ্থালাভ কৰিব৷ ৰৈ থকা পৰিকল্পনা কাৰ্যকৰ কৰি সফলতা পাব৷

মকৰ ৰাশি

মে মাহত উন্নতি কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ আগন্তুক মাহত ভাল কোনো চাকৰিৰ প্ৰস্তাৱ আপুনি পাব পাৰে৷ উপাৰ্জন বাঢ়িব আৰু অফিচত বেতন বৃদ্ধিও হব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময় শুভ৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ যোগ আছে৷ মকৰৰ জাতকৰ বিদেশ যাত্ৰাৰ ইচ্ছা পূৰণ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত
জীৱনশৈলী

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

September 17, 2026
Next Post
পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

একশ্ব্যন আৰম্ভ…! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

একশ্ব্যন আৰম্ভ...! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.