• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

editor by editor
June 22, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, স্বাস্থ্য
0
নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰল ৰোগত আক্ৰান্ত ছলমান খান৷ নাৰ্ভ আৰু মস্তিষ্কৰ একাধিক ৰোগৰ চিকাৰ হৈছে তেওঁ৷ যি প্ৰাণঘাতীও হব পাৰে বুলি জনাইছে ছলমানে নিজেই৷ নিজৰ এই অসুস্থতাৰ কথা জনাইছে বলীউডৰ ভাইজানে৷ তেওঁ জনাইছে যে এই ৰোগৰ সৈতে প্ৰতিদিনে কেনেকৈ তেওঁ সংগ্ৰাম চলাই গৈছে৷

সম্প্ৰতি দ্যা গ্ৰেট কপিল শৰ্মা শ্ব’ চিজন-৩ত প্ৰথম বিশেষ অতিথি হিচাপে আহিছিল ছলমান খান৷ সনিবাৰে নেটফ্লিক্সৰ সেই বিশেষ পৰ্ব সম্প্ৰচাৰ হৈছে৷ সেই বিশেষ পৰ্বলৈ আহি নিজৰ জীৱনৰ নানান দিশৰ কথা আলোচনা কৰিছে বলীউডৰ ৫৯ বছৰীয়া অভিনেতা ছলমান খানে৷ সেই বিশেষ পৰ্বত কপিলে তেওঁক বিবাহক লৈ প্ৰশ্ন কৰিছে৷ তেতিয়াই ছলমানে কয়, ‘বিয়া আৰু বিবাহবিচ্ছেদ এই দুইটাৰ বাবে ডাঙৰ এক মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয়৷ দুটাই জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আৰু সেয়ে দুইটাৰ পাছতেই নতুন জীৱন আৰম্ভ কৰা খুব সহজ নহয়৷’

এই আলোচনাৰ মাজতেই ছলমানে জনায় যে তেওঁ এইমুহূৰ্তত একাধিক বিৰল ৰোগত ভূগি আছে৷ কিন্তু হাৰ মানি যোৱা নাই৷ কাম কৰি গৈছে৷ নিজকে প্ৰতিমুহূৰ্ততে নিঃশব্দে প্ৰেৰণা জগাই আহিছে৷ ছলমানে কয়, ‘এই যে প্ৰতিদিনে কঠিন যুঁজ চলাই আছো৷ প্ৰতিনিয়ত নিজকে স্বাভাৱিক ৰখাৰ চেষ্টা কৰিছো, এয়া সহজ নহয়৷ এভি ম্যলফৰ্মেছন, ট্ৰাইজেমিনেল নিউৰোলজিয়া আৰু এনেউৰিজমৰ দৰে কঠিন ৰোগে শৰীৰত বাঁহ বন্ধাৰ পাছতো কাম কৰি আছো৷ নিজকে সুস্থ ৰাখিবলৈ চেষ্টা কৰিছো৷ প্ৰতিনিনে মনলৈ আহে মোৰ শৰীৰৰ এটাকৈ হাড় যেন ভাঙি আছে৷ ইমানেই কষ্ট হয় যে মোৰ বাবে বিবাহৰ দৰে সিদ্ধান্ত জীৱনৰ এই সময়ত লোৱাটো কঠিন৷ বিবাহৰ পাছত মিলামিছা নহলে তেওঁ এৰি থৈ যাব আৰু লগতে মোৰ কষ্টোপাৰ্জিত সমস্ত সম্পত্তিৰ আধা অংশও লৈ যাব৷ যদি এনে হয় তেন্তে মই সকলোবোৰ সহজে মানি লব নোৱাৰিম৷’

ভাইজানৰ শৰীৰত বাঁহ বন্ধা এই বিৰল ৰোগে প্ৰকৃততে কি কি সমস্যা তৈয়াৰ কৰে সেয়া জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী৷ শৰীৰত কি কি অসুবিধা হয় এই বিৰল ৰোগৰ কাৰণে? জনা গৈছে যে ট্ৰাইজেমিনেল নিউৰোলজিয়া মূলত নাৰ্ভৰ অসুখ৷ যাৰ ফলত ভয়ংকৰভাৱে নাৰ্ভ ক্ষতিগ্ৰস্থ হোৱাক ওপৰিও মুখমণ্ডলৰ ভয়ংকৰ যন্ত্ৰণা আৰম্ভ হয় যি প্ৰাণঘাতীও৷ অন্যহাতে এভি মেলফৰ্মেছনো কম জটিল ৰোগ নহয়৷ শৰীৰত স্বাভাৱিকভাৱে ৰক্ত চলাচলত সমস্যা তৈয়াৰ কৰে৷ যাৰ ফলত শিৰা আৰু ধমনীত ৰক্ত চলাচলৰ সময়ত অস্বাভাৱিকভাৱে তেজ গোঁট মাৰে৷ অন্যহাতে আৰু এক বিৰল ৰোগ ব্ৰেইন এনিউৰিজমত মস্তিস্কত অস্বাভাৱিকভাৱে তেজ গোট মাৰি ৰক্তনলী ফুলি যায় যাৰ ফলত সেয়া ফাঁটিও যাব পাৰে৷ ইয়াৰ ফলত মস্তিষ্ক মাৰাত্মকভাৱে ক্ষতিগ্ৰস্থ হৈ প্ৰাণহানিও হব পাৰে৷ ২০১৭ চনৰ পৰা ট্ৰাইজেমিনেল নিউৰোলজিয়া ৰোগত আক্ৰান্ত ছলমান খান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.