ছাভাৰকাৰৰ প্ৰশস্তিৰ নতুন মাত্ৰা। ব্ৰিটিছলৈ ক্ষমাপত্ৰ লিখিছিল ছাভাৰকাৰে। কাৰাগাৰৰ পৰা মুক্তিৰ বাবে পত্ৰ লিখিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য। মহাত্মা গান্ধীয়ে ছাভাৰকাৰক ক্ষমাপত্ৰ লিখিবলৈ কৈছিল। ৰাজনাথ সিঙৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া। জাঙুৰ খাই উঠিছে আছাদউদ্দিন ওৱেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ